• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকৰ বাবে সুখবৰ; মাহে ১০,০০০ হাজাৰকৈ ১০ বছৰৰ বাবে লাভ কৰক পেন্সন

PMVVY আঁচিনয়ে দেশৰ নাগিৰকলৈ কঢ়িয়াই আনিছে এই সুখবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 6:25 pm
moneychallenge1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্ৰধানন্ত্ৰী ভায়া বন্দনা যোজনা’ (PMVVY)   আঁচিনয়ে দেশৰ নাগিৰকলৈ কঢ়িয়াই আনিছে সুখবৰ।

এই আঁচনিৰ অধীনত ৬০ বছৰ উৰ্দ্ধৰ নাগৰিকে ১০ বছৰৰ বাবে নিয়মীয়াকৈ লাভ কৰিব ১০ হাজাৰলৈকে পেন্সন।

Apply Now

উল্লখ্যে যে ‘প্ৰধানমন্ত্ৰী ভায়া বন্দনা যোজনা’ অধীনত ১০ বছৰীয়া পেন্সন আঁচনিত এই সুবিধা উপলব্ধ হ’ব। এই আঁচনিৰ অধীনত ৬০ বছৰ উৰ্দ্ধৰ ব্যক্তিয়ে মাহেকীয়া, তিনিমহীয়া, ছমহীয়া আৰু বছৰেকীয়া নিয়মিতভাৱে ১০ বছৰলৈকে লাভ কৰিব পেন্সন। আনহাতে ষাঠি উৰ্দ্ধৰ ব্যক্তিৰ জীৱন সঙ্গী জীয়াই থাকিলে এই পেন্সন ২০ হাজাৰ পৰ্যন্তলৈকে পাব।

অৱশ্যো ইয়াৰ বাবে বিভিন্ন মুদত জমা কৰিব লাগিব ১৫ লাখ টকা। PMVVY আঁচিনৰ অধীনত পলিচি ক্ৰয় কৰিবৰ বাবে বয়স সময়সীমা নিৰ্ধাৰণ কৰা হো ৱানাই।

PMVVYৰ নিৰিখ

চিম্পল পেন্সন ৰেট (SPR) ৰ অধনীত ১ হাজাৰ টকাৰ বিনিময়ত তলত দিয়া ধৰণে বিভিন্ন প্ৰকাৰে দিব পাৰিব।

  • বছৰেকীয়া ৮৩.০০ টকা
  • ছমহীয়া ৮১.০০ টকা
  • তিনিমহীয়া ৮০.৫০ টকা
  • মাহিলি ৮০.০০ টকা

১ হাজাৰ টকাৰ SPR ৰ জৰিয়তে ১০ লাখ টকা জমা কৰিলে ব্যক্তিজনে মাহিলি পেন্সন লাভ কৰিব ৬৬৬৭ টকা।

PMVVY ৰ  অধীনত ৰিটাৰ্ন পাবলগীয়া সুতৰ পৰিমাণ

পেন্সন প্লেনৰ ওপৰত নিৰ্ভৰ কৰি PMVVYএ তলত উল্লেখ কৰাৰ ধৰণে ৰিটাৰ্ণ দিব।

বছেৰকীয়া মুদত PMVVYৰ সুতৰ হাৰ ছমহীয়াত ৮.৩ শতাংশ, বছৰেকীয়াত ৮.১৩ শতাংশ, তিনিমহীয়াত ৮.০৫ শতাংশ আৰু মাহেকীয়াত ৮ শতাংশ সুত লাভ কৰিব।

PMVVY ৰ অধীনত বিনিয়োগ পৰিমাণ তালিকা

PMVVYৰ অধীনত কৰা বিনিয়োগক ক্ৰয় মূল্য বুলি কোৱা হৈছে। ইয়াৰে পেন্সন ক্ৰয় মূল্য ন্যূনতম ১.৫ লাখৰ পৰা সৰ্বাধিক ১৫ লাখ টকালৈ থাকিব।

পেন্সনৰ মুদ :–

বছৰেকীয়া

ন্যূনতম ক্ৰয় মূল্য- ১,৪৪,৭৭৮ টকা

সৰ্বাধিক ক্ৰয় মূল্য- ১৪,৪৫,৭৮৩ টকা

ছমহীয়া

ন্যূনতম ক্ৰয় মূল্য- ১,৪৭,৬০১ টকা

সৰ্বাধিক ক্ৰয় মূল্য- ১৪,৭৬,০১৫ টকা

তিনিমহীয়া

ন্যূনতম ক্ৰয় মূল্য- ১,৪৯০৬৮ টকা

সৰ্বাধিক ক্ৰয় মূল্য- ১৪,৯০,৬৮৩ টকা

মাহেকীয়া

ন্যূনতম- ১,৫০,০০ টকা

সৰ্বাধিক- ১৫,০০,০০ টকা

PMVVY পেন্সন এমাউন্ট

বছৰেকীয়া পেন্সন ন্যূনতম ১২,০০০ টকাৰ বাবে ক্ৰয় মূল্য ১,৪৪,৫৭৮ টকা আৰু বছৰেকীয়া সৰ্বাধিক পেন্সনৰ বাবে ১৪,৪৫,৭৮৩ টকা হ’ব।

ন্যূনতম পেন্সন

  • প্ৰতি মাহে ১,০০০ টকা
  • প্ৰতি মাহে ৩,০০০ টকা
  • প্ৰতি মাহে ৬,০০০ টকা
  • প্ৰতি মাহে ১২,০০০ টকা

সৰ্বাধিক পেন্সন

  • প্ৰতি মাহে ১০,০০০ টকা
  • প্ৰতি মাহে ৩০,০০০ টকা
  • প্ৰতি মাহে ৬০,০০০ টকা
  • প্ৰতি মাহে ১,২০,০০০ টকা

পেন্সন এমাউন্টৰ ওপৰত নিৰ্ভৰ কৰি PMVVY অধীনত প’লিচি হ’ল্ডাৰে পলিচি ক্ৰয় কৰিব পাৰিব। যদি ছমহীয়া মুদৰ ৬০,০০০ টকা হয়, তেনে পেন্সনৰ বাবে বিনিয়োগ কৰিব লাগিব ১৪,৭৬,০১৫ টকা।

PMVVYৰ অধীনত LIC ৰ দ্বাৰা অনলাইন আৰু অফলাইনযোগে আবেদন কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আaদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আaদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm
ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আaদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আaদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd