• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ ফেব্ৰুৱাৰিত প্ৰদান কৰা হ’ব ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা

ভবেন্দ্ৰ নাথ শইকীয়া ওপজা দিনৰ উপলক্ষ্যে ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা হৈছে 'তিনিদিনীয়া নাট সমাৰোহ'

দ্বীপজ্যোতি শৰ্মা by দ্বীপজ্যোতি শৰ্মা
February 18, 2020 2:10 pm
Press meet.jpg1

ন্যাসৰক্ষী সমিতিৰ সংবাদ মেল, ফ'টো- দ্বীপজ্যোতি শৰ্মা

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰতিষ্ঠিত আৰোহনৰ উদ্যোগত ২০০৫ চনৰে পৰা ড。ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনটোত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷

তিনি দিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব নাট সমাৰোহৰ  লগতে বঁটা প্ৰদান অনুষ্ঠান  ৷

Apply Now

২০ ফেব্ৰুৱাৰিৰ দিনা ড。ভবেন্দ্ৰ নাথ শইকীয়াৰ অষ্টাশীতিতম ওপজা দিন উপলক্ষ্যে আৰোহনৰ চৌহদত ড。শইকীয়াৰ পুৰ্ণাঙ্গ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব ৷ উন্মোচন কৰিব অসম চৰকাৰৰ মুখ্য সচিৱ সঞ্জয় কৃষ্ণই ৷ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক ড。লক্ষীনন্দন বৰা ৷

অৰ্থাৰাইটিছ ৰোগত আক্ৰান্ত হৈ জীৱনৰ এছোৱা সময় শয্যাশায়ী হৈ থকা মনিকা দাসক ২০১৯ বৰ্ষৰ ড。ভবেন্দ্ৰ নাথ শইকীয়া সোৱৰণী বঁটা প্ৰদান কৰা হ’ব ৷ তেখেতে শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি অব্যাহত ৰাখিছে সাহিত্য চৰ্চা ৷

তেখেতৰ প্ৰাকাশিত কাব্যগ্ৰন্থ কেইখন হ’ল- এদিনৰ বাবে মোক আপোনাৰ প্ৰেয়সী বুলি ভাবক, তোমাৰ হাতত হাত থৈ আৰু নিৰ্বাচিত কবিতাৰ লগতে বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে বিভিন্ন কবিতা ৷

শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি সাহিত্য চৰ্চাত নিজক ব্ৰতী ৰখাৰ বাবেই নিৰ্বাচন কৰা হৈছে এই বঁটাৰ বাবে ৷

২০ ফেব্ৰুৱাৰি সন্ধিয়া ৫·৩০ বজাৰ পৰা ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব লগীয়া বঁটা প্ৰদান অনুষ্ঠানত অসমৰ বিশিষ্ট সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড。লক্ষীনন্দন বৰাই মনিকা দাসক এই বঁটা প্ৰদান কৰিব৷

বঁটাত আছে ২৫ হাজাৰ টকা, মানপত্ৰ, স্মাৰক, কিতাপৰ  টোপলা আদি ৷ এক সংবাদমেল যোগে এই কথা জনাই মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই ৷ লগতে উপস্থিত থাকে  ন্যাসৰক্ষী তথা সম্পাদক মলয়া গোস্বামী, ন্যাসৰক্ষী গোপাল জালান, ইন্দ্ৰজিৎ দাস ৷

দ্বীপজ্যোতি শৰ্মা

দ্বীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd