• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিশা শুই থকা অৱস্থাতে জ্বলি ছাই হ’ল এগৰাকী যুৱক

মহানগৰীৰত সংঘঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 19, 2020 2:23 pm
Guwahati Burn Story

অগ্নিদগ্ধ বিচনাখনৰ সৈতে যুৱকজন, ফ'টো নৰ্থ-ইষ্ট নিউজ নাউ

3.7k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰত সংঘঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

নিশা শুই থকা অৱস্থাতে জ্বলি ছাই হ’ল এগৰাকী যুৱক। বিচনাৰ সৈতে জ্বলি চাই হ’ল যুৱকজন।

যুৱকজনৰ নাম বিশ্বজিৎ বৰ্মা (৩৫) জানিব পৰা গৈছে। পিতৃৰ নাম প্ৰতাপ বৰ্মা আৰু ঘৰ গুৱাহাটীৰ ডাউন টাউনৰ দ্বাৰকা নগৰত।

গুৱাহাটীৰ ডাউন টাউনৰ দ্বাৰকা নগৰ নং ১২ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

তামিলনাডুৰ পৰা টেক্সতাইলত বি টেক শিক্ষা লাভ কৰিছিল উচ্চশিক্ষিত যুৱকজনে। প্ৰায় ৬ মাহ পূৰ্বে গুৱাহাটীলৈ আহিছিল যুৱকজন।

শৰীৰৰ প্ৰায় ৮০ শতাংশ জ্বলি গৈছে যুৱকজনৰ।

পুৱা পৰিয়ালৰ লোকে দিছপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয়হি আৰক্ষী।

বৰ্তমান আহি উপস্থিত হৈছেহি ফৰেণ্সিকৰ এটা দল।

বৰ্তমান পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে যদিও বাতিৰ লিখা সময়ৈলেকে আৰক্ষীয়ে উদ্ধাৰ কৰা হোৱা নাই মৃতদেহটো।

যুৱকজনে অত্যাধিক সুৰাপান কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। যুৱকজনৰ ৰুমত থকা টেবুলত দেখা পোৱা গৈছে প্ৰায় ১৫ টা সুৰাৰ বটল আৰু চিগাৰেটৰ পেকেট।

নিশালৈকে বিশ্বজিৎৰ ৰুমত সুৰাৰ পাৰ্টি চলা বুলি সন্দেহ আৰক্ষীৰ।

বৰ্তমানো সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd