• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আছুৰ আন্দোলন চৰকাৰী আন্দোলন’; গুৱাহাটীত কোনে ক’লে ?

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডেৰ

দ্বীপজ্যোতি শৰ্মা by দ্বীপজ্যোতি শৰ্মা
February 19, 2020 3:19 pm
Mehda Patker

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ গৈ থকা অৱস্থাত মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে, ফ'টো- দ্বীপজ্যোতি শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ।

লগত আছিল Asha for Education ৰ প্ৰতিষ্ঠাপক ৰামন মেগাছেছে(২০০২) বঁটা প্ৰাপক সন্দীপ পাণ্ডে।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী তথা Right Livelihood বঁটা প্ৰাপক বিশিষ্ট সমাজ কর্মী মেধা পাটকাৰে।

লগত আছিল Asha for Education ৰ প্ৰতিষ্ঠাপক ৰামন মেগাছেছে(২০০২) বঁটা প্ৰাপক সন্দীপ পাণ্ডে৷

সাক্ষাৎ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত সন্দীপ পাণ্ডেই কয় কা বিৰোধী আন্দোলনত চৰকাৰে থিয় কৰাইছে আছুক ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনক বন্ধ কৰাৰ বাবে অখিল গগৈক জে’লত ভৰাইছে আৰু কৰিছে থিয় কৰাইছে আছুক ৷

‘২০১৮ চনৰ ডিচেম্বৰৰ আন্দোলনত মই আহিছিলো তেতিয়াতো আছুক দেখা নাছিলো’ বুলি মন্তব্য সন্দীপ পাণ্ডেই কয় যে চৰকাৰৰ চৰ্ত মানি আন্দোলন কৰিছে আছুৱে ৷

‘আছুৰ আন্দোলনক চৰকাৰী আন্দোলন৷’ বুলিও মন্তব্য কৰে সন্দীপ পাণ্ডেই৷

মেধা পাটকাৰে কয় যে জে’লত পৰ্যাপ্ত সা সুবিধা নাই ৷ চৰকাৰে ভয় কৰে সত্যাগ্ৰহীক ৷

অসম পুলিচ অসমৰ্থ নেকি বুলি প্ৰশ্ন কৰি পাটকাৰে কয় ‘চৰকাৰে অখিল গগৈক কিয় নিয়াক দিব লাগে? এয়া এক ৰাজনৈতিক চক্ৰান্ত ৷ নাগৰিকৰ কোনো বিল সমৰ্থন কৰা বা বিৰোধ কৰাৰ সাংবিধানিক অধিকাৰ আছে৷ ব্ৰিটিছ চৰকাৰতকৈও কঠোৰ এই চৰকাৰ।আনকি ব্ৰিটিছ চৰকাৰে নকৰা কামো কৰিছে এই ফেচিষ্ট চৰকাৰে৷’

এনআৰচিৰ ওপৰতো মন্তব্য কৰে মেধা পাটকাৰে৷ ‘কৃষক মুক্তি সংগ্ৰাম সমিতি এক ৰাজনৈতিক কাৰক হৈ পৰিছে বিজেপিৰ বাবে সেয়ে অখিল গগৈক জে’লত ভৰাইছে।’ এই বুলি কয় নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী গৰাকীয়ে ৷

‘অখিল গগৈৰ বিৰুদ্ধ নাই কনো প্ৰমাণ।নিয়াই হস্তক্ষেপ কৰাটো মই উচিত বুলি নাভাবো ৷ অখিল গগৈৰ সভাত লাখ লাখ মানুহ আহে।’

‘অখিল গগৈ মাওবাদী হ’বই নোৱাৰে। তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ দিব পৰা নাই চৰকাৰে।’ অখিল গগৈক বিনা চৰ্তে মুকলি কৰাৰ দাবী উত্থাপন কৰে বিশিষ্ট নেত্ৰীগৰাকীয়ে।

দ্বীপজ্যোতি শৰ্মা

দ্বীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd