• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনুসূচিত জাতিৰ অধিকাৰত হাত দিলেই পৰিস্থিতি বিষম হোৱাৰ হুংকাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 20, 2020 8:46 am
20200220_015918
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰণৰ বাবে বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে অনুসূচিত জাতি-জনজাতি লোকৰ বাবে মুঠ ১৬% সংৰক্ষণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাৰ কথা প্ৰচাৰ হোৱাৰ লগে লগে ক্ষুভিত হৈ পৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা।

সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় যে, এয়া অনুসূচিত জাতিৰ ৰাজনৈতিক-অৰ্থনৈতিক আদিৰ লগতে সকলো অধিকাৰ খৰ্ব কৰাৰ এক গভীৰ ষড়যন্ত্ৰ।

Apply Now

পূৰ্বতে অনুসূচিত জাতি-জনজাতিৰ বাবে মুঠ ১৯%  সংৰক্ষণৰ ব্যৱস্থা আছিল আৰু বিধানসভাত আসনৰ সংখ্যা আছিল মুঠ ২৪ খন। কিন্তু সংৰক্ষণৰ হাৰ ১৬% লৈ হ্ৰাস কৰিলে বিধান সভাত আসনৰ সংখ্যা হ্ৰাস পাব ২০ খনলৈ। সেয়ে এই প্ৰস্তাৱ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।

দাসে লগতে কয় যে, পূৰ্বতে ৰাজ্যত অনুসূচিত জাতিৰ বাবে ৭% সংৰক্ষণৰ ব্যৱস্থা আছিল। কিন্তু বৰ্তমান ৰাজ্যত মুঠ জনসংখ্যাৰ ৭০ লাখ অনুসূচিত জাতিৰ লোক, অৰ্থাৎ ৰাজ্যৰ মুঠ জনসংখ্যাৰ ১৬% লোকেই অনুসূচিত জাতিৰ। সেয়েহে কেৱল অনুসূচিত জাতিৰ বাবেই ৭%ৰ পৰা বৃদ্ধি কৰি ১৬% সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

আনহাতে অনুসূচিত জাতি-জনজাতিৰ বাবে বিধানসভাৰ আসন ২৪ ৰ পৰা ৪০ খনলৈ বৃদ্ধি কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে অনুসূচিত জাতিৰ অধিকাৰত হাত দিলেই পৰিস্থিতি বিষম হোৱাৰ হুংকাৰ প্ৰদান কৰে।

সন্থাৰ সম্পাদক গৰাকীয়ে আৰু কয় যে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী হোৱাটো আমিও বিচাৰো, কিন্তু এনেদৰে অনুসূচিত জাতি-জনজাতিৰ লোকসকলক অন্যায় কৰি নহয়। অসমৰ সবাটোতকৈ পুৰণি খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতি আৰু জনজাতিৰ লোক।

১৬ টা উপজাতিৰে সমৃদ্ধ অসমৰ অনুসূচিত জাতি। যি সময়ত সন্থাই সংবিধানপ্ৰদত্ব সংৰক্ষণ ব্যৱস্থাক নীতিগতভাৱে আৰু উচিতভাৱে ব্যৱহাৰ কৰাৰ দাবী তুলি সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সময়ত এনে ধৰণৰ প্ৰস্তাৱে সন্থাক স্বাভাবিকতেই ক্ষুভিত কৰি তুলিছে।

অনুসূচিত জাতিৰ লোকৰ সৰলতাক দুৰ্বলতা বুলি ভুল কৰিলে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে হ’ব বুলি সকীয়াই দিয়ে সন্থাই।

সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় যে নাগৰিকত্ব আইনৰ জৰিয়তে যি সমূহ বিদেশী স্বদেশী হ’ব, সেই সকলকো চৰকাৰে প্ৰদান কৰিব অনুসূচিত জাতি-জনজাতিৰ মৰ্যাদা। মুঠৰ ওপৰত অনুসূচিত জাতি-জনজাতিক সম্পৰ্ণৰূপে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিত হৈছে ৰাজ্যত। কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই সেই ষড়যন্ত্ৰ কেতিয়াও সফল হবলৈ নিদিয়ে। প্ৰয়োজনত যি কোনো পৰ্যায়লকৈ যোৱাৰ বাবে সাজু অনুসূচিত জাতি ছাত্ৰ সন্থা।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd