• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱদৌলত শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি, আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ মুকলি ৰাজ্যপালৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 20, 2020 6:30 pm
Assam Governor Mukhi inaugurates Sivaratri, International Siva Festival in Sivasagar
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক শিৱসাগৰৰ শিৱ দৌলত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ।

শিৱৰাত্ৰিৰ আয়োজনত উখল-মাখল শিৱসাগৰৰ ঐতিহাসিক দৌলটোত আজি দুপৰীয়া অনুষ্ঠানটো বন্তি প্ৰজ্জ্বলনেৰে মুকলি কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

Apply Now

উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে কয়, ”আজি পবিত্ৰ শিৱৰাত্ৰিৰ দিনা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছো। সমগ্ৰ অসমবাসীৰ মংগল কামনা কৰি শিৱ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

শিৱসাগৰৰ শিৱ দৌল দেশৰ ভিতৰতে অন্যতম শিৱ মন্দিৰ বুলি গণ্য কৰা হয় বুলি মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে কয় যে শিৱসাগৰ এখন ঐতিহাসিক আৰু পবিত্ৰ নগৰ আৰু ইয়াৰ ইতিসাহ নপঢ়াকে অসমৰ বিষয়ে ভালদৰে কোনেও জানিব নোৱাৰে।

“শিৱসাগৰত বিভিন্ন বাস্তু কলাৰ সমল আছে যিবিলাক আহোম ৰজাই স্থাপন কৰিছিল। তাৰে ভিতৰত শিৱ দৌল অন্যতম। বৰ্তমান সমগ্ৰ অসমত যিমান মঠ আৰু মন্দিৰ আছে সেই সকলোবিলাক পুনৰনিৰ্মাণ আহোম ৰজাই কৰাইছিল।অসম আমাৰ বাবে তীৰ্থভূমি। সকলো ধৰ্মাৱলম্বী লোক ইয়াত বাস কৰে,” তেওঁ কয়।

ৰাজ্যপালগৰাকীয়ে সপৰিয়ালে শিৱ দৌলত পূজা-অৰ্চনা আগবঢ়ায়।

আনহাতে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ ২০২০ উপলক্ষে প্ৰকাশ কৰা ”বজ্ৰহন্ত” নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই।

উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া, উদযাপন সমিতিৰ সভাপতি গংগা প্ৰসাদ বৰগোহাঁইকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

ইফালে শিৱৰাত্ৰি উপলক্ষে শিৱ দৌল চৌহদৰ লগতে সমগ্ৰ শিৱসাগৰ চহৰ আলোকসজ্জাৰে সজাই তোলা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd