• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলিত বিত্তীয় বৰ্ষতে নীপকোৰ সম্পূৰ্ণ অংশ বিক্ৰী কৰি দিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 10:26 am
NEEPCO
888
VIEWS
Share on FacebookShare on Twitter

মোদী চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম চমুকৈ নীপকোৰ (North Eastern Electric Power Corporation (NEEPCO) অংশ বিক্ৰী কৰিব।

এটা সূত্ৰই এই কথা দাবী কৰি কয় যে চৰকাৰে নিৰ্বিনিয়োগৰ জৰিয়তে চলিত বিত্তীয় বৰ্ষত প্ৰায় ৬৫ হাজাৰ কোটি টকা আহৰণৰ লক্ষ্য লৈছে আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে বিভিন্ন ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানত থকা চৰকাৰৰ অংশ বিক্ৰী কৰিব।

সূত্ৰটোৰ মতে নীপকোৰ লগতে চৰকাৰে টি এইচ্ছ ডি চি আই এলৰো (Tehri Hydro Development Corporation India Limited) অংশ বিক্ৰী কৰিব।

দুয়োটা প্ৰতিষ্ঠানত থকা চৰকাৰৰ অংশ আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান এন টি পি চিক (National Thermal Power Corporation Limited) বিক্ৰী কৰা হ’ব আৰু চৰকাৰে প্ৰায় ১০ হাজাৰ কোটি টকা লাভ কৰিব।

যোৱা বছৰৰ নৱেম্বৰত বিত্ত মন্ত্ৰ্যালয়ৰ দ্বাৰা নীপকো আৰু টি এইচ্ছ ডি চি আই এলত থকা চৰকাৰৰ অংশ বিক্ৰীৰ প্ৰস্তাৱ উত্থাপন ক ৰা হৈছিল আৰু এই প্ৰস্তাৱত অৰ্থনৈতিক বিষয়ক মন্ত্ৰী গোটে অনুমোদন জনাইছিল।

নীপকো উত্তৰ-পূব অঞ্চলত বিদ্যুৎ কেন্দ্ৰ স্থাপন, বিদ্যুৎ উৎপাদনৰ কামত নিয়োজিত হৈ আহিছে। ১৯৭৬ চনতে স্থাপন কৰা উদ্যোগ প্ৰতিষ্ঠানটো প্ৰথম শ্ৰেণীৰ মিনি ৰত্ন আখ্যা দিয়া হয়।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান আৰু এইবোৰত থকা চৰকাৰৰ অংশ বিক্ৰী কৰি আহিছে।

চৰকাৰে এই বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানবোৰত থকা চৰকাৰৰ অংশ বিক্ৰীৰ পৰা প্ৰথম অৱস্থাত প্ৰায় ১ লাখ কোটি টকা আহৰণৰ লক্ষ্য লৈছিল যদিও সেই লক্ষ্য পিছত সংশোধন কৰি ৬৫ হাজাৰ কোটি টকা কৰে।

চৰকাৰৰ সূত্ৰমতে, চৰকাৰ বৰ্তমানলৈকে এই নিৰ্বিনিয়োগৰ জৰিয়তে ১৮,৩৪৫.০৬ কোটি টকাহে আহৰণ কৰিবলৈ সক্ষম হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd