• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলিত বিত্তীয় বৰ্ষতে নীপকোৰ সম্পূৰ্ণ অংশ বিক্ৰী কৰি দিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 10:26 am
NEEPCO
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম চমুকৈ নীপকোৰ (North Eastern Electric Power Corporation (NEEPCO) অংশ বিক্ৰী কৰিব।

এটা সূত্ৰই এই কথা দাবী কৰি কয় যে চৰকাৰে নিৰ্বিনিয়োগৰ জৰিয়তে চলিত বিত্তীয় বৰ্ষত প্ৰায় ৬৫ হাজাৰ কোটি টকা আহৰণৰ লক্ষ্য লৈছে আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে বিভিন্ন ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানত থকা চৰকাৰৰ অংশ বিক্ৰী কৰিব।

Apply Now

সূত্ৰটোৰ মতে নীপকোৰ লগতে চৰকাৰে টি এইচ্ছ ডি চি আই এলৰো (Tehri Hydro Development Corporation India Limited) অংশ বিক্ৰী কৰিব।

দুয়োটা প্ৰতিষ্ঠানত থকা চৰকাৰৰ অংশ আন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান এন টি পি চিক (National Thermal Power Corporation Limited) বিক্ৰী কৰা হ’ব আৰু চৰকাৰে প্ৰায় ১০ হাজাৰ কোটি টকা লাভ কৰিব।

যোৱা বছৰৰ নৱেম্বৰত বিত্ত মন্ত্ৰ্যালয়ৰ দ্বাৰা নীপকো আৰু টি এইচ্ছ ডি চি আই এলত থকা চৰকাৰৰ অংশ বিক্ৰীৰ প্ৰস্তাৱ উত্থাপন ক ৰা হৈছিল আৰু এই প্ৰস্তাৱত অৰ্থনৈতিক বিষয়ক মন্ত্ৰী গোটে অনুমোদন জনাইছিল।

নীপকো উত্তৰ-পূব অঞ্চলত বিদ্যুৎ কেন্দ্ৰ স্থাপন, বিদ্যুৎ উৎপাদনৰ কামত নিয়োজিত হৈ আহিছে। ১৯৭৬ চনতে স্থাপন কৰা উদ্যোগ প্ৰতিষ্ঠানটো প্ৰথম শ্ৰেণীৰ মিনি ৰত্ন আখ্যা দিয়া হয়।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান আৰু এইবোৰত থকা চৰকাৰৰ অংশ বিক্ৰী কৰি আহিছে।

চৰকাৰে এই বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানবোৰত থকা চৰকাৰৰ অংশ বিক্ৰীৰ পৰা প্ৰথম অৱস্থাত প্ৰায় ১ লাখ কোটি টকা আহৰণৰ লক্ষ্য লৈছিল যদিও সেই লক্ষ্য পিছত সংশোধন কৰি ৬৫ হাজাৰ কোটি টকা কৰে।

চৰকাৰৰ সূত্ৰমতে, চৰকাৰ বৰ্তমানলৈকে এই নিৰ্বিনিয়োগৰ জৰিয়তে ১৮,৩৪৫.০৬ কোটি টকাহে আহৰণ কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd