• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিতাপ পঢ়ো আহক; মিজোৰামত ৰাজপথৰ ক্ষুদ্ৰ পুথিভঁৰালে দৃষ্টি কাঢ়িছে জনসাধাৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 9:37 am
Library

পথৰ দাতিত নিৰ্মাণ কৰা ক্ষুদ্ৰ পুথিভঁৰালৰ দৃশ্য

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাক্ষৰতাৰ ফালৰ পৰা দেশত মিজোৰামৰ আগস্থান। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়া যোগে ৰাজ্যখনৰ পথৰ দাতি সমূহত ক্ষুদ্ৰ লাইব্ৰেৰী স্থাপন সম্বন্ধীয় এটা পোষ্টৰ পৰা দেশে শিকিবলগীয়া যথেষ্টখিনি আছে।

পথৰ কাষত স্থাপন কৰা লাইব্ৰেবীৰৰ ফটো টুইটাৰত পোষ্ট কৰি আই এফ এছ বিষয়া প্ৰবীণ কাছৱানে লিখে, ‘‘এয়া হৈছে প্ৰতিখন চহৰে শিকিবলগীয়া কথা। মিজোৰামৰ ৰাজধানী আইজলত এনেকুৱা বহু লাইব্ৰেৰী আছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত লাইব্ৰেৰীৰ অৱদান অপুৰণীয় আৰু উত্তৰ-পূবে সেই পথ দেখুৱাইছে।’’

Apply Now

উল্লেখযোগ্য যে, শিশুসকলৰ মাজত পঢ়াৰ অভ্যাস বৃদ্ধি কৰাৰ বাবে এনেধৰণে পথৰ দাতিত লাইব্ৰেৰী সমূহ স্থাপন কৰা হৈছে।

ইয়াৰ উপৰি উক্ত লাইব্ৰেৰী সমূহৰ পৰা বিনামূলীয়াকৈ লাভ কৰা কিতাপে অঞ্চলটোৰ সমাজ গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Now this is what every city must copy. #Mizoram's capital #Aizawl has a couple of these tiny roadside libraries. Libraries are the best investment for nation building. North East showing the way. Via @asomputra pic.twitter.com/mFmFspuSyg

— Parveen Kaswan, IFS (@ParveenKaswan) February 24, 2020

এই কাৰ্য্যক প্ৰশংসা কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘ এয়া সুন্দৰ নহয়নে? কেইবছৰমান অগত ডিমাপুৰত এনেধৰণৰ প্ৰচেষ্টাৰ বালতেই ৰাজহুৱা লাইব্ৰেৰী নিৰ্মাণ কৰা সম্ভৱ হৈ উঠিছিল।’’

‘‘মই এতিয়াও শিশু লাইব্ৰেৰীলৈ যাও আৰু কিতাপ সংগ্ৰহ কৰো। মই শিশু কালত বহু ভাল ভাল কিতাপ পঢ়াৰ সুযোগ নাপালো সেয়েহে এতিয়া সকলো ধৰণৰ কিতাপ অধ্যায়ণ কৰি সেই অভাৱ পুৰণ কৰিব বিচাৰিছো,’’ আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে।

উল্লেখযোগ্য যে, অসমতো অসম আন্দোলনৰ সময়ত গাঁৱে-গাঁৱে মানুহৰ মাজত অধ্যয়ন অভ্যাস বৃদ্ধি কৰাৰ বাবে গ্ৰাম্য পুথিভঁৰাল নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান সময়ত চৰকাৰৰ অনীহাৰ বাবে এই পুথিভঁৰাল সমূহ প্ৰায় বিলুপ্তিৰ পথত অগবাঢ়িছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd