• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিতাপ পঢ়ো আহক; মিজোৰামত ৰাজপথৰ ক্ষুদ্ৰ পুথিভঁৰালে দৃষ্টি কাঢ়িছে জনসাধাৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 9:37 am
Library

পথৰ দাতিত নিৰ্মাণ কৰা ক্ষুদ্ৰ পুথিভঁৰালৰ দৃশ্য

8k
VIEWS
Share on FacebookShare on Twitter

সাক্ষৰতাৰ ফালৰ পৰা দেশত মিজোৰামৰ আগস্থান। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়া যোগে ৰাজ্যখনৰ পথৰ দাতি সমূহত ক্ষুদ্ৰ লাইব্ৰেৰী স্থাপন সম্বন্ধীয় এটা পোষ্টৰ পৰা দেশে শিকিবলগীয়া যথেষ্টখিনি আছে।

পথৰ কাষত স্থাপন কৰা লাইব্ৰেবীৰৰ ফটো টুইটাৰত পোষ্ট কৰি আই এফ এছ বিষয়া প্ৰবীণ কাছৱানে লিখে, ‘‘এয়া হৈছে প্ৰতিখন চহৰে শিকিবলগীয়া কথা। মিজোৰামৰ ৰাজধানী আইজলত এনেকুৱা বহু লাইব্ৰেৰী আছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত লাইব্ৰেৰীৰ অৱদান অপুৰণীয় আৰু উত্তৰ-পূবে সেই পথ দেখুৱাইছে।’’

উল্লেখযোগ্য যে, শিশুসকলৰ মাজত পঢ়াৰ অভ্যাস বৃদ্ধি কৰাৰ বাবে এনেধৰণে পথৰ দাতিত লাইব্ৰেৰী সমূহ স্থাপন কৰা হৈছে।

ইয়াৰ উপৰি উক্ত লাইব্ৰেৰী সমূহৰ পৰা বিনামূলীয়াকৈ লাভ কৰা কিতাপে অঞ্চলটোৰ সমাজ গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Now this is what every city must copy. #Mizoram's capital #Aizawl has a couple of these tiny roadside libraries. Libraries are the best investment for nation building. North East showing the way. Via @asomputra pic.twitter.com/mFmFspuSyg

— Parveen Kaswan, IFS (@ParveenKaswan) February 24, 2020

এই কাৰ্য্যক প্ৰশংসা কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘ এয়া সুন্দৰ নহয়নে? কেইবছৰমান অগত ডিমাপুৰত এনেধৰণৰ প্ৰচেষ্টাৰ বালতেই ৰাজহুৱা লাইব্ৰেৰী নিৰ্মাণ কৰা সম্ভৱ হৈ উঠিছিল।’’

‘‘মই এতিয়াও শিশু লাইব্ৰেৰীলৈ যাও আৰু কিতাপ সংগ্ৰহ কৰো। মই শিশু কালত বহু ভাল ভাল কিতাপ পঢ়াৰ সুযোগ নাপালো সেয়েহে এতিয়া সকলো ধৰণৰ কিতাপ অধ্যায়ণ কৰি সেই অভাৱ পুৰণ কৰিব বিচাৰিছো,’’ আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে।

উল্লেখযোগ্য যে, অসমতো অসম আন্দোলনৰ সময়ত গাঁৱে-গাঁৱে মানুহৰ মাজত অধ্যয়ন অভ্যাস বৃদ্ধি কৰাৰ বাবে গ্ৰাম্য পুথিভঁৰাল নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান সময়ত চৰকাৰৰ অনীহাৰ বাবে এই পুথিভঁৰাল সমূহ প্ৰায় বিলুপ্তিৰ পথত অগবাঢ়িছে।

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd