• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষীত ১২৮৩ টা পদ খালী : নিযুক্তিৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 1:31 pm
AssamPolice_Recruitment-1024x615
94.7k
VIEWS
Share on FacebookShare on Twitter

দেশত অভাৱনীয় হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে অসম চৰকাৰে সুখবৰ কঢ়িয়াই আনিছে চাকৰি বিচাৰি থকা ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকললৈ।

অসমত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড (এছ এল পি আৰ বি) এ কনিষ্টবল পদৰ বাবে নিযুক্তি সম্বন্ধীয় জাননী জাৰি কৰিছে। মুঠ খালী থকা পদৰ সংখ্যা হৈছে ১২৮৩ টা।

জানিব পৰা অনুসৰি এই পদ সমূহ পূৰণৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰা হ’ব নিয়োগ সমাবেশ।

কনিষ্টবলৰ খালী পদসমূহ APRO ৰ (যোগাযোগ/মেছেঞ্জাৰ/কাঠমিস্ত্ৰী/য়ু বি) আৰু অগ্নি নিৰ্বাপক আৰু জৰুৰী সেৱাত ছাব-অফিচাৰ, অগ্নিনিৰ্বাপক আৰু আপাতকালীন উদ্ধাৰকাৰী হিচাপে পূৰণ কৰিব।

এই পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইট (www.slprbassam.in) ৰ জৰিয়তে কৰিব পাৰিব আবেদন। অন্য ধৰণৰ আবেদন গ্ৰহণ কৰা নহ’ব বুলি জনাইছে।

প্ৰাৰ্থীসকলে পঞ্জীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সকলো তথ্যৰ লগতে ফটো আৰু চহীও আপলোড কৰিব লাগিব।

উল্লেখ্য যে এই পদ সমূহত নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থী সকলৰ পে স্কেল ১৪ হাজাৰৰ পৰা ৪৯ হাজাৰ।

আবেদন পত্ৰৰ বাবে কোনো মাছুল নিৰ্দ্ধাৰণ কৰা হোৱা নাই। প্ৰাৰ্থীসকলৰ আবেদন সকলো দিশৰ পৰা শুদ্ধ হ’লে প্ৰথমে লিখিত পৰীক্ষা আৰু পিছত শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ’ব।

জানিব পৰা অনুসৰি, এই পদসমূহত নিযুক্তিৰ বাবে আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ১৫ জুনত আৰম্ভ হ’ব আৰু ৩০ জুন আবেদন পত্ৰ দাখিলৰ অন্তিম দিন।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd