• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জয় শ্ৰী ৰাম’ ধ্বনিৰ মাজেৰে জ্বলিল ছাৰ্জিল ইমাম আৰু বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
February 26, 2020 8:59 am
09fab20d-ba85-4065-998e-fdebe04ea955

ফটো : নৰ্থ-ইষ্ট নাও

2.9k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাৰ্জিল ইমামৰ লগত এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সু-সম্পৰ্ক থকাৰ অভিযোগ তুলি মঙলবাৰে সন্ধিয়া বৰপেটা চহৰত ইমাম আৰু আজমলৰ প্ৰতিকৃতি দাহ কৰা হয়।

হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত বৰপেটা চহৰত দুয়ো গৰাকী নেতাৰ প্ৰতিকৃতি দাহ কৰে।

হিন্দু জাগৰণ মঞ্চৰ সদস্য সকলে ‘বন্দে মা তৰম’, ‘ভাৰত মাতা কি জয়’, ‘জয় শ্ৰী ৰাম’, ‘ছাৰ্জিল ইমাম’ক ফাঁচি দিয়ক আদি শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে দিল্লীৰ চাহিনবাগত ‘কা’ আৰু ‘এন আৰ চি’ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদত অংশ লৈ চাৰ্জিলে অসমক দেশৰ পৰা বিচ্চিন্ন কৰি দিব লাগে বুলি উচটনিমূলক মন্তব্য কৰিছিল।

এই মন্তব্যৰ পিছতেই ছাত্ৰ নেতাজনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ৰুজু কৰা হৈছিল গোচৰ।

উক্ত মন্তব্যৰ বাবে দিল্লী আৰক্ষীয়ে যোৱা ২৫ জানুৱাৰিত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰ্জিলক যোৱা ২০ ফেব্ৰুৱাৰিত অসম আৰক্ষীৰ এটা দলে দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ আনে।

বৰ্তমান অসম আৰক্ষীৰ জিম্মাত থকা চাৰ্জিলে জেৰাৰ সময়ছোৱাত তেওঁৰ সৈতে বদৰুদ্দিন আজমলৰ লগতে ৰাজ্যৰ আন বহু লোকৰ সৈতে সু সম্পৰ্ক থকা বুলি সদৰী কৰিছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd