• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীৰ ঘোষণা; স্থায়ী নাগৰিকক চৰকাৰে দিব বৃহৎ পৰিমাণৰ ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 12:09 pm
honk kong

হংকঙৰ প্ৰধানমন্ত্ৰী প'ল চান, ফ'টো সৌজন্য- ইন্টাৰনেট

4.6k
VIEWS
Share on FacebookShare on Twitter

এখন ৰাষ্ট্ৰৰ চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে।

ৰাষ্ট্ৰৰখনৰ স্থায়ী নাগৰিকৰ বাবে কৰিছে এই ঘোষণা।

ঘোষণাৰ অনুসৰি চৰকাৰে দেশখনৰ স্থায়ী নাগিৰকসকলক প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন।

এই ঘোষণা কৰিছে এছিয়া মহাদেশৰ এখন ক্ষুদ্ৰকায় ৰাষ্ট্ৰ হংকঙৰ প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে হংকঙত আছে মাথো ৭ মিলিয়ন স্থায়ী বাসিন্দা। চীনৰ প্ৰতিৱেশী ৰাষ্ট্ৰ হংকঙৰ জনসাধাৰণেও ইতিমধ্যে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবে হংকঙৰ নাগৰিকসকল যথেষ্ট আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে। দেশখনৰ নাগৰিকক এই আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰা বাবে হংকঙৰ চৰকাৰে নাগৰিকক ১,২৮০ ইউ এছ ড’লাৰকৈ দিয়াৰ কথা ঘোষণা কৰিছে।

হংকঙৰ প্ৰধানমন্ত্ৰী প’ল চানে এই ঘোষণা কৰি কৈছে যে ‘এই ধনে নাগৰিকসকলৰ বাৰ্ষিক বাজেটক কিছু সকাহ প্ৰদান কৰিব।’

দেশখনৰ বিত্ত মন্ত্ৰীগৰাকীয়ে কৈছে ‘১২০ বিলিয়ন হংকঙ ড’লাৰে হংকঙৰ ভাঙি পৰা অৰ্থনীতিক সুস্থিৰ কৰি তুলিব। নাগিৰকক প্ৰদান কৰা আৰ্থিক সাহায্যৰ বাবে প্ৰায় ৭১ বিলিয়ন হংকঙ ড’লাৰ খৰচ হ’ব। আৰু এই সাহায্যৰ দ্বাৰা তেওঁলোকে ভাঙি পৰা অৰ্থনৈতিক অৱস্থাৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিব।’

ইফালে চীনত ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা পিছতে হংকঙত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশখনে শিক্ষানুষ্ঠানসমূহৰ বন্ধৰ ম্যাদ আৰু বৃদ্ধি কৰিছে। পূৰ্বে ঘোষিত ১৬ মাৰ্চৰ পৰা এতিয়া এই বন্ধৰ ম্যাদ ২০২০ চনৰ ২০ এপ্ৰিললৈকে বৃদ্ধি কৰিছে দেশখনে।

Recent News

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd