• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান হওক; ৯ টা নিয়ম মানি নচলিলে ব্লক কৰিব আপোনাৰ ফেচবুক একাউণ্ট! জানিবলৈ পঢ়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 2:14 pm
facbook
31.1k
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যম হিচাপে বিশ্বত আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ফেচবুক। ফেচবুকে কিছুমান কঠোৰ নিয়ম বলৱৎ কৰিছে। যিবোৰ নিয়ম মানি নচলিলে ফেচবুকে ব্লক কৰি দিব পাৰে আপোনাৰ ফেচবুক একাউন্ট।

সামাজিক মাধ্যম হিচাপে ফেচবুকৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা আছে। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৯ টা কঠোৰ নিয়ম বলৱৎ কৰিছে।

  • একে নামতে কেতিয়াও একাধিক একাউণ্ট নুখলিব। যদি খোলে আপোনাৰ একাউণ্ট ব্লক কৰি দিব ফেচবুকে।
  • সাৱধান হওক। যদি সঘনাই খুব বেছি কোনো লিঙ্ক শ্বেয়াৰ কৰে তেতিয়াও আপুনি ব্লক হ’ব পাৰে!
  • যদি আপুনি poke বুটাম বেছি ব্যৱহাৰ কৰে তেনে তৎকালে ফেচবুকে শাস্তিৰূপে আপোনাৰ একাউণ্ট ব্লক কৰি দিব।
  • একে নামৰ লগতে একেটা ইমেইল আইডি, জন্মদিন, মোবাইল নম্ব ব্যৱহাৰ কৰি অন্য এটা একাউন্ট খুলিলে আপোনাৰ একাউণ্ট ব্লক কৰি দিব।
  • যদি আপুনি কোনো ফেক একাউণ্ট খুলি কাৰোবাক হাৰাশাস্তি কৰে তেতিয়া ফেচবুকৰ প্ৰাইভেচি তথা চৰ্ত অনুসাৰে আপোনাৰ একাউণ্ট ব্লক কৰা হ’ব।
  • যদি আপুনি ফেচবুকৰ নীতি অমান্য কৰি কাৰোবাক অশ্লীল, অভদ্ৰ, অপমানজনক শব্দ আদি ব্যৱহাৰ কৰি মন্তব্য কৰে তেনে আপোনাক ফেচবুকে ব্লক কৰিব। এই ক্ষেত্ৰত ফেচবুক অতি কঠিন হ’ব।
  • ২০০ টাতকৈ অধিক গ্ৰুপত যোগ দিলেও ফেচবুকে আপোনাক ব্লক কৰিব।
  • আপুনি একেটা প’ষ্টকে কপি কৰি গ্ৰুপৰ বন্ধুৰ ৱালত পেষ্ট কৰিলে ফেচবুকে আপোনাক চৰ্তসাপেক্ষে ব্লক কৰিব।
  • ৫০০০ হাজাৰতৈকও অধিক বন্ধু যোগ কৰিবলৈ চেষ্টা কৰিলে ফেচবুকে আপোনাৰ একাউন্ট ব্লক কৰিব।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd