• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব নামঘৰ: লাইখুটা স্থাপন

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
February 27, 2020 9:01 pm
Screenshot_20200227_172101

লিডুত নামঘৰৰ লাইখুটা স্থাপন। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অসম দৰ্শন’ৰ অধীনত ৯১৫টা মঠ মন্দিৰ, মছজিদ, গীৰ্জাঘৰলৈ ১০ লাখ টকাকৈ অনুদান আগবঢ়াইছে চৰকাৰৰ।

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লিডু কেন্দ্ৰীয় নামঘৰও এই আঁ‌চনিৰ পৰা ১০ লাখ টকা লাভ কৰাৰ পাছতেই  বৃহত্তৰ অঞ্চলটোৰ অন্যতম নামঘৰটোৰ বৃহস্পতিবাৰে নিৰ্মাণৰ বাবে লাইখুটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত হয়।

Apply Now

পঞ্চাশ বছৰ সম্পূৰ্ণ কৰা লিডু কেন্দ্ৰীয় নামঘৰটি নতুনকৈ প্ৰায় ৩০ লক্ষ টকা বাজেটেৰে  নিৰ্মাণ কৰাৰ প্ৰস্ততি চলোৱা হৈছে। অশোক বৰদলৈৰ পৰিচালনাত নাম প্ৰসংগৰে নামঘৰটোৰ লাইখুটা স্থাপন কৰা হয়।

সেই উপলক্ষে লিডু কেন্দ্ৰীয় নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈৰ পৰিচালনাত অনুষ্ঠিত সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক    ৰাণাজ্যোতি নেওগে লিডু কেন্দ্ৰীয় নামঘৰটোৰ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে অসম দৰ্শন আঁ‌চনিৰ ১০ লক্ষ টকা, শামুকজান গাওঁ পঞ্চায়তৰ ৫ লক্ষ টকা, বিধায়ক ভাস্কৰ শৰ্মাৰ আঢ়ৈ লাখ, বুবুল বৰুৱা সুনীল গুৰুঙৰ ৩ লক্ষ টকাকৈ  লগতে বিভিন্ন জনৰ পৰা এতিয়ালৈকে প্ৰায় ডেৰ লাখ টকাৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে ৷

মাংগলিক অনুষ্ঠানটোত অতিথি  ৰূপে উপস্থিত থাকি মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মাই অসম চৰকাৰৰ অসম দৰ্শন আচঁনিত লিডু কেন্দ্ৰীয় নামঘৰ অন্তৰ্ভুক্ত হোৱাত সন্তষ্টি প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে স্থানীয় বিধায়কক ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ‌ এই আঁ‌চনিৰ জৰিয়তে ৰাজ্যৰ ৯১৫টা অনুষ্ঠানক ১০ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷

অনুষ্ঠানত বৰগোলাই  জিলা পৰিষদৰ সদস্য দিবাকৰ ঠাকুৰ, লিডু গাওঁ পঞ্চায়তৰ সভাপতি শিবু দাস, বিশিষ্ট ব্যক্তি দীননাথ দুৱৰা, সোমেশ্বৰ নেওগ, লোকনাথ কোঁৱৰ ভোলা দত্ত, ডম্বৰুধৰ নেওগ, লক্ষ্যধৰ চৌধুৰী, অন্যতম দাতা তথা যুৱ সমাজকৰ্মী তথা বিকাশ বৰুৱা সঞ্জীৱ চেতিয়া আদি উপস্থিত থাকে ৷

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd