• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগতীয়াকৈ কৰক পৰিকল্পনা : মাৰ্চত মুঠ ১১ দিন বন্ধ থাকিব বেংক; একেৰাহে বন্ধ থাকিব ৬দিন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2020 12:51 pm
closed-bank-750x375
51.2k
VIEWS
Share on FacebookShare on Twitter

মাৰ্চ মাহত বেংকৰ কাম যে থাকিবই সেয়া নিশ্চিত।কিন্তু মাৰ্চ মাহত মুঠ ৩১ দিনৰ ভিতৰত ১১ দিনেই বন্ধ থাকিব বেংক।

বাকী ২০ দিনৰ ভিতৰত আপুনি বেংকৰ যাৱতীয় কাম সম্পূৰ্ণ কৰিব লাগিব। অন্যথা সমস্যাৰ সন্মুখীন হ’ব পাৰে।

দৰমহা গাঁথনিৰ পৰিৱৰ্তন তথা বিলুপ্তিকৰণৰ প্ৰতিবাদত বেংক কৰ্মীসকলে আন্দোলন অব্যাহত ৰাখিছে।পৰ্যায়ক্ৰমে তেওঁলোকে ধৰ্মঘট চলাই আছে।

সেই একেই দাবীতে বেংক কৰ্মচাৰীসকলে ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে একেৰাহে তিনিদিনৰ বাবে ধৰ্মঘটৰ আহ্বান দিয়া হৈছে।

ইপিনে, ধৰ্মঘট আৰম্ভ হোৱাৰ আগৰ দিনটো অৰ্থায ১০ মাৰ্চ মঙলবাৰে হোলীৰ বাবে বেংক বন্ধ থাকিব।

আকৌ ১৪ মাৰ্চ মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১৫ মাৰ্চ দেওবাৰ। সেয়েহে, উক্ত দুদিনো বেংকৰ কামকাজ বন্ধ।

ইয়াৰ ফলত ৯ মাৰ্চ, সোমবাৰৰ পাছত গ্ৰাহকসকলে পৰৱৰ্তী ১৬ মাৰ্চতহে বেংকৰ সেৱা লাভ কৰিব পাৰিব।

স্বাভাৱিকতে একেৰাহে ছয় দিনকৈ বেংক বন্ধ থকাৰ ফলত সাধাৰণ মানুহ সমস্যাৰ সন্মুখীন হ’ব।

ধৰ্মঘটৰ বাহিৰেও আন কেইবাটাও বন্ধ আছে বেংকৰ। ১০ মাৰ্চ হোলীৰ বন্ধৰ লগতে মাহটোত মুঠতে পাঁচটা দেওবাৰ আৰু দ্বিতীয় তথা চতুৰ্থ শনিবাৰ মিলি মুঠ সাত দিন বন্ধ আছে।

সেয়েহে, বেংকৰ কোনো কাম থাকিলে আগতীয়াকৈ নিয়াৰিকৈ পৰিকল্পনা কৰক।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd