• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত জ্যেষ্ঠ বন বিষয়া আফতাব উদ্দিনৰ ঘৰত দুৰ্নীতি নিবাৰণ আৰু তদাৰকী কোষৰ তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 1:57 pm
আফতাব উদ্দিনৰ সুন্দৰপুস্তিত ঘৰ।

আফতাব উদ্দিনৰ সুন্দৰপুস্তিত ঘৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱাৰ ভাগতে মুখ্য মন্ত্ৰীৰ দুৰ্নীতি বিৰোধী আৰু তদাৰকী কোষৰ এটা দলে ৰাজ্যখনৰ এজন জ্যেষ্ঠ বন বিষয়া আফতাব উদ্দিনৰ ঘৰত দুৰ্নীতি বিৰোধী অভিযান চলায়। এটা সূত্ৰই এন ই নাওক জানিবলৈ দিয়ে যে আফতাব উদ্দিনৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত এই অভিযান চলোৱা হৈছে।

অভিযানকাৰী দলটোৱে তেওঁৰ গুৱাহাটীৰ সুন্দৰপুৰস্থিত বাসগৃহৰ (ঘৰ নং ৪৫) লগতে ছয়মাইল আৰু স্পেনিছ গাৰ্ডেনত থকা তেওঁৰ এটা কোটিটকীয়া ফ্লেটতো অভিযান চলায়। আনহাতে জাপৰিগোগত থকা তেওঁৰ মালিকানাধীন এটা গাৰ্লছ হোষ্টেলতো অভিযান চলায় অভিযানকাৰী দলটোৱে।

Apply Now

সূত্ৰটোৱে জনোৱা মতে অভিযানৰ সময়ত কেইবাকোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে ভুৱা চালানেৰে চৰকাৰী ধন সৰকোৱাৰ অভিযোগো অনা হৈছে।

উল্লেখযোগ্য যে আফতাব উদ্দিন কংগ্ৰেছ চৰকাৰৰ দিনত নগাৱঁৰ বন বিষয়া হৈ আছিল। জানিব পৰা মতে তেওঁ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am
“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd