• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০০ কোটি টকীয়া চৰকাৰী ভূমি বিক্ৰী কৰি যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত এজন প্ৰাক্তন পিয়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2020 9:52 am
fraud
9.7k
VIEWS
Share on FacebookShare on Twitter

২০০ কোটি টকীয়া মূল্যৰ চৰকাৰী ভূমি জালিয়াতিৰে বিক্ৰী কৰিবলৈ গৈ যাৱজ্জীৱন দণ্ডেৰে দণ্ডিত হৈছে এজন প্ৰাক্তন পিয়ন।

ঘটনাটো মধ্য প্ৰদেশৰ ভূপালৰ।

ভূপাল জিলা কালেক্টৰ কাৰ্যালয়ৰ ৬২ বছৰীয়া প্ৰাক্তন পিয়ন বাবুলাল সোনাহ্ৰেই ভুৱা চুক্তি পত্ৰৰে ২০০ কোটি টকীয়া ২.৬ একৰ চৰকাৰী ভূমি বিক্ৰী কৰি ধৰা পৰে।

বাবুলালক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৪ লাখ টকাৰ জৰিমনাও বিহা হৈছে উচ্চ ন্যায়ালয়ে।

বাবুলালৰ লগতে একেটা অপৰাধতে সঞ্জীৱ বিচাৰীয়া, প্ৰীতি বিচাৰীয়া, অল্পনা বিচাৰীয়া, অমৃত বিচাৰীয়া আৰু শৈলেন্দ্ৰ বিচাৰীয়াক ১০ বছৰ কাৰাদণ্ডৰ বিহাৰ লগতে প্ৰতিজনকে ৩ লাখ টকাকৈ জৰিমনাও বিহিছে।

একেটা অপৰাধতে আন দুগৰাকী মহিলা ক্ৰমে ৰূপাশ্ৰী জৈন আৰু শ্ৰাৱিত্ৰীবাইক ৭ বছৰৰ কাৰাদণ্ডৰ লগতে গাইপতি ২ লাখকৈ টকা জৰিমনা বিহা হৈছে। আন এজন দোষী আনৱাৰ খানক ৫ বছৰ কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহা হৈছে।

আটাইকেইজন দোষীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ৰাজ্যিক ইক’নমিক অফেনছ বিষয়াই ২০০৭ চনৰ পৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিছিল।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd