DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপহৰণ! নগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মুম্বাইৰ কিশোৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2022 9:12 am
Story-4-2-750x375

প্ৰতিনিধিত্বমূলক ফটো।

5.1k
VIEWS
Share on FacebookShare on Twitter

পৰিয়ালে নিৰুদ্দেশ হৈ থকা বুলি দাবী কৰা মুম্বাইৰ এগৰাকী ১৬বছৰীয়া কিশোৰীক দেওবাৰে নগাঁৱৰ কঠিয়াতলীৰ পৰা উদ্ধাৰ কৰা হয়।

নগাঁৱৰ এগৰাকী আৰক্ষী বিষয়াই কয় যে কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল আৰু পৰিয়ালে যোৱা ২০২১ৰ ডিচেম্বৰত তাইক অপহৰণ কৰা বুলি অভিযোগ কৰিছিল।

তেতিয়াৰে পৰা কিশোৰীগৰাকীৰ সন্ধান চলাই থকা হৈছিল যদিও শনিবাৰে নগাঁও আৰক্ষীৰ এটা দলে কঠিয়াতলীৰ শগুনগাঁও অঞ্চলত ছোৱালীজনীক লক্ষ্য কৰে।

লগতে পঢ়ক:নতুন আতংক ‘লাছা ফীভ্যাৰ’ ৰোগটোনো কি? ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

সোধপোছ কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে এইজনীয়েই মুম্বাই আৰক্ষীয়ে নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়া ছোৱালীজনী। নগাঁও আৰক্ষীৰ দলটোৱে সেইদৰে তাইৰ পৰিচয় বিচাৰি গম পায় যে তাই সেই অঞ্চললৈ এজন স্থানীয় লোকৰ সৈতে আহিছে।

দুয়োকে জেৰা কৰাৰ পিছত মুম্বাই আৰক্ষীক খবৰ দিয়া হয়।

তাৰ পিছতে নৱী মুম্বাইৰ এটা আৰক্ষীৰ দল আহি কঠিয়াতলীত উপস্থিত হয় আৰু দুয়োকে জিম্মাত লয়।

লগতে পঢ়ক:দেৰগাঁৱত ১৬বছৰীয়া কিশোৰীৰ আত্মহত্যা; লিখি থৈ গ’ল ১১পৃষ্ঠাৰ আত্মহত্যাৰ টোকা

মুম্বাই আৰক্ষীয়ে ইয়াক এক সম্ভাৱ্য অপহৰণৰ ঘটনা বুলি সন্দেহ কৰিছে যদিও সেয়া এতিয়াও নিশ্চিত হোৱা নাই।  

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd