• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2021 2:52 pm
Tengakhat
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোগালী বিহুৰ উৰুকা দিনাই টিংখাঙত সংঘটিত হয় এক জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা।

উৰুকাৰ আগ নিশা টিংখাং সমষ্টিৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ১নং নগাবাট গাঁও নিবাসী বিৰাজো ওৰাঙক (৫৯) ঘৰৰ ভিতৰতে শুই থকা অৱস্থাত কুঠাৰ মাৰি নৃশংস ভাৱে হত্যা কৰি আৰু তেওঁৰ ভতিজী তথা ৰমেশ ওৰাঙৰ ১৮ বছৰীয়া কন্যা ৰেশমা ওৰাঙক পথাৰৰ মাজলৈ নি ধৰ্ষণ কৰি বৰ্বৰভাৱে হত্যা কৰি পেলাই থৈ যায়।

Apply Now

বিহুৰ উৰুকা দিনা দুপৰীয়া বিৰাজো ওৰাঙৰ (৫৯) মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হোৱাৰ বিপৰীতে যুৱতীগৰাকীৰ মৃতদেহ পথাৰৰ মাজত সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰা হয়।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। ঘৰৰ ভিতৰত মহিলাগৰাকীৰ মৃতদেহ কাষতে এখন কোঠাৰ পৰি থকা আৰক্ষীয়ে উদ্ধাৰ কৰে। আৰু এই কোঠাৰে আঘাত কৰি হত্যা কৰা সন্দেহ কৰা হৈছে।

আনহাতে পথাৰ মাজত যুৱতীগৰাকী সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

ইফালে ঘটনা সংঘটিত হোৱা দুটা দিন উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত হত্যাকাৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন।

এই জঘন্য ঘটনাত জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কোনো কাৰণত যাতে আইনী ব্যৱস্থাত হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে “ৱাৰিঅ’ৰ ডিব্ৰুগড় জিলা সমিতিয়ে।

আনহাতে দুৰ্ভগীয়া পৰিয়াল দুটাৰ বাসগৃহতদ উপস্থিত হৈ বাৱিঅ’ৰ ডিব্ৰুগড় জিলাৰ সভানেত্ৰী নিৰ্মালী দাস কুলিগঞা, প্ৰচাৰ সম্পাদক দেৱজিৎ গগৈ চৰাইদেউ জিলাৰ সমিতিৰ সভানেত্ৰী ৰিজুমণী গগৈ, টিংখাং আঞ্চলিকৰ সদস্যা দিপাঞ্জলী গগৈয়ে জঘন্য ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

লগতে বৰবাম আৰক্ষী চকীত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰি আইনী ব্যৱস্থাৰে উচিত শাস্তিৰ বাবে এখনি আবেদন জনাইছে ৱাৰিঅ’ৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd