• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডায়েপাৰ পৰিধান কৰি বহিব পাৰিব NEET পৰীক্ষাত : ১৯ বছৰীয়া মেধাৱী ছাত্ৰক অনুমতি দিলে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 4, 2024 5:37 pm
324
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে দিছে এক বিশেষ ৰায়দান। এগৰাকী ১৯ বছৰীয়া ছাত্ৰক পৰীক্ষাৰ সময়ত ডায়েপাৰ পৰিধান কৰি পৰীক্ষাত বহাৰ অনুমতি দিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে শৈশৱতে হোৱা এক দুৰ্ঘটনাৰ ফলত চিকিৎসাজনিত অৱস্থাত আছে ছাত্ৰগৰাকী। যাৰ বাবে প্ৰস্ৰাৱ কৰিব লাগিলে ধৰি ৰাখিব নোৱাৰে ছাত্ৰজনে।

সেয়েহে, ছাত্ৰজনক পৰীক্ষাৰ সময়ত ডায়েপাৰ পৰিধান কৰিবলৈ অনুমতি বিচাৰি কৰা আবেদনত অনুমতি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে।

পৰীক্ষাৰ সময়ত বৈষম্য ৰোধ কৰিবলৈ ‘প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬’ৰ উদ্ধৃতি দি ন্যায়াধীশগৰাকীয়ে ছাত্ৰজনক পৰীক্ষাৰ সময়ত ডায়েপাৰ পৰিধান কৰাৰ অনুমতি দিয়ে।

উল্লেখ্য যে এই ৰায়দানত বিচাৰপীঠে পৰীক্ষাৰ সময়ত অপ্ৰয়োজনীয় তদাৰকী ব্যৱস্থাৰ কথা উনুকিয়াই দি পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে অনাময় ব্যৱস্থা, আৰু পৰীক্ষাৰ সময়ত মানসিক চাপ কম কৰিবলৈ প্ৰয়োজন সাপেক্ষে শৌচাগাৰ ব্যৱহাৰৰ অনুমতি দিয়াকে ধৰি মহিলা ছাত্ৰীসকলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহ বিবেচনা কৰিবলৈও পৰীক্ষা কৰ্তৃপক্ষক আহ্বান জনাইছে।

আদালতৰ এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ছাত্ৰজনৰ অনুৰোধ গ্ৰহণ কৰিবলৈ সন্মত হয় আৰু সেই অনুসৰি পৰীক্ষকসকলক নিৰ্দেশ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd