DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম কৃষি বিশ্ববিদ্যালয়ত ‘ফ্ল’ৰ’ছেঞ্চ এণ্ড কনফোকেল মাইক্ৰস্ক’পি’ৰ ওপৰত কৰ্মশালা

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
December 21, 2018 8:18 pm
German-Company-Leica-750x375
792
VIEWS
Share on FacebookShare on Twitter

অসম কৃষি বিশ্ববিদ্যালয়ৰ প্লেণ্ট বায়ল’জি বিভাগে ডিচেম্বৰৰ ১৯ আৰু ২০ তাৰিখে ‘ফ্ল’ৰ’ছেঞ্চ এণ্ড কনফোকেল মাইক্ৰস্ক’পি’ৰ ওপৰত এখন কৰ্মশালা অনষ্ঠিত হৈ যায়।  জাৰ্মান কোম্পানী লাইকা মাইক্ৰছিষ্টেমছে (Leica Microsystems) এই কৰ্মশালাখনৰ পৃষ্ঠপোষকতা কৰিছিল।

কৰ্মশালাৰ আয়োজক সম্পাদক আৰু বিজ্ঞানী প্ৰণব দত্তই কৈছে যে আইএএছএছটি, গুৱাহাটীৰ কাৰিকৰী বিষয়া আৰু তিনিখন মহাবিদ্যালয়ৰ ১৪টা বিভিন্ন বিভাগৰ ৪০ গৰাকী মনোনীত ফেকাল্টী, পিএইচ্চ ডি স্কলাৰ, প্ৰকল্প বিষয়াই এই কৰ্মশালাত যোগদান কৰিছে।

বিদায়ী অনুষ্ঠানত ভাষণ দি দত্তই কৈছে যে বিজ্ঞান আৰু ঔদ্যোগিক সম্প্ৰদায়ৰ মাজত ফ্ল’ৰ’ছেঞ্চ আৰু কনফোকেল মাইক্ৰস্ক’পিৰ যথেষ্ট ব্যৱহাৰ আছে। হৈছে লাইফ ছাইন্সেজ, ছেমিকণ্ডাক্টৰ ইনস্পেকশ্যন আৰু মেটেৰিয়াল ছাইন্সত ইয়াক সাধাৰণতে ইয়াৰ সাধাৰণ প্ৰয়োগ কৰালহৈ আহিছে।

দত্তই আৰু কৈছে যে এই জ্ঞানে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহত চলি থকা গৱেষণাত প্ৰভূত সহায় কৰিব।

কৰ্মশালাত প্ৰদান কৰা ভাষণত ফ্ল’ৰ’ছেঞ্চ মাইক্ৰস্কপি আৰু ইয়াৰ প্ৰযোগ আৰু কনফোকেল মাইক্ৰস্কপি, ইয়াৰ প্ৰয়োগ, ছুপাৰ ৰিজল্যুশ্যন মাইক্ৰস্কপি প্ৰাথমিক ধাৰণা প্ৰদান কৰা হৈছিল।তাৰোপৰি, লাইকা টিচিএছ এছপিইৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

লাইকা মাইক্ৰছিষ্টেমৰ এপ্লিকেশ্যন ছাইণ্টিষ্ট অনুপম বেনাৰ্জীয়ে কৰ্মশালা প্ৰশিক্ষক হিচাপে আছিল। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল গৱেষণা সঞ্চালক (কৃষি) অশোক ভট্টাচাৰ্য, স্নাতকোত্তৰ অধ্যয়নৰ সঞ্চালক অজিত বৈশ্য আৰুআৰু প্লেণ্ট পেথলজি বিভাগৰ মুৰব্বী আৰু অধ্যাপক  ড০ এছ আলী।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd