• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ সেনাৰ হৈ যুঁজ দিয়া ভাৰতীয়, গাজা যুদ্ধত নিহত মিজো যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2024 10:12 am
গাজা যুদ্ধত নিহত মিজো যুৱক গেৰী লালৰুৱাকিমা জোলাট। ফটোঃ সংগ্ৰহীত।

গাজা যুদ্ধত নিহত মিজো যুৱক গেৰী লালৰুৱাকিমা জোলাট। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজা যুদ্ধত ইজৰাইল সেনাৰ সদস্য এজন ভাৰতীয় যুৱক গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছে। পেলেষ্টাইনৰ অংশ গাজা ষ্ট্ৰিপত ইজৰাইলে অভিযান চলাই আছে। এই সংঘাতত লিপ্ত হৈছে পেলেষ্টাইনী সংগঠন হামাছ। এই সংগঠনটোক কেইবাখনো দেশে সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰিছে। ইজৰাইল-হামাছৰ সংঘাতত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে।

ইজৰাইলী সেনাই প্ৰকাশ কৰা অনুসৰি গাজাত হামাছৰ সৈতে সংঘৰ্ষত নিহত ভাৰতীয়জনৰ নাম গেৰী লালৰুৱাকিমা জোলাট। তেওঁ মিজো জনগোষ্ঠীৰ যুৱক।

বাতৰি অনুসৰি, মৃত যুৱকজন মিজোৰামৰ বাসিন্দা। মিজোৰামৰ এই যুৱক ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ ষ্টাফ চাৰ্জেণ্ট। গাজাৰ যুদ্ধত আন তিনিজন সহকৰ্মীৰ সৈতে তেওঁৰ মৃত্যু হয়। ২১ বছৰীয়া লালৰুৱাকিমা জোলাটক সামৰিক সন্মানেৰে ইজৰাইল চৰকাৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।

লগতে পঢ়কঃ বিশ্বক দেখুৱাব পথ! কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ভূটানৰ নেতৃত্বত গঠন নতুন মঞ্চ ‘জি-জিৰ’

ইজৰাইলৰ সেনাই জনোৱা মতে, সোমবাৰে ৯২ নং বেটেলিয়ন কেফিৰ ব্ৰিগেডৰ কমাণ্ডাৰ ষ্টাফ চাৰ্জেণ্ট গেৰী লালৰুৱাকিমা জোলাটে উত্তৰ গাজা ষ্ট্ৰিপত যুদ্ধ কৰি আছিল। ইজৰাইলৰ মিজো সম্প্ৰদায়ৰ পৰা তেওঁ হামাছ বিৰোধী সংঘৰ্ষত নিহত হোৱা প্ৰথমজন ব্যক্তি।

বাতৰি অনুসৰি, ২০০৩ চনত অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ কোলাচিব চহৰত জন্মগ্ৰহণ হৈছিল লালৰুৱাকিমা জোলাটৰ। তেওঁৰ পিতৃ ডাগান জোহমিংথাংগা জোলাটে ২০০৬ চনত পৰিয়ালটোৰ সৈতে ইজৰাইললৈ গুচি যায়। তাত তেওঁলোকে ইজৰাইলৰ নাগৰিকত্ব লাভ কৰে।

লগতে পঢ়কঃ চেঞ্চুৰিয়ানত চেঞ্চুৰি তিলকৰ; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ দুৰ্দান্ত জয়, ছিৰিজত অগ্ৰগতি

দগান জোহমিংথাংগা জোলাটৰ চাৰিটা সন্তান। মৃত লালৰুৱাকিমাৰ জ্যেষ্ঠ ভগ্নীসকলেও ইজৰাইলৰ সেনাবাহিনীত কৰ্মৰত হৈ আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অৱহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd