• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰি খাটোৱালত জটিল ৰোগত আক্ৰান্ত ৩ বছৰীয়া শিশু; অসমবাসীক সহায়ৰ আহ্বান

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , August 5, 2019 9:36 pm

1 min read

Untitled

ফটো : নৰ্থ-ইষ্ট নাও

426
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ তিনি বছৰীয়া বিকাশ নাথ নামৰ এটি কণমাণি মৰমলগা শিশু আক্ৰান্ত জটিল ৰোগত। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আৰু খাটোৱাল আৰক্ষী থানাৰ অধীনৰ খাটোৱাল গাঁৱৰ বাসিন্দা মুকুট চন্দ্ৰ নাথ আৰু পিংকী দেৱীৰ পুত্ৰ বিকাশ জটিল ৰোগত আক্ৰান্ত হোৱাত দৰিদ্ৰ পৰিয়ালটোলৈ অন্ধকাৰ নামি আহিছে।

কৃষিকৰ্ম কৰি কোনো মতে জীৱন-নিৰ্বাহ কৰা দৰিদ্ৰ পিতৃ-মাতৃয়ে পুত্ৰৰ সু-চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। প্ৰথমে শিশুটিক নগাঁও টাউনত তাৰ পাছত গুৱাহাটী জি এম চি এইচত চিকিৎসা কৰাইছিল যদিও শিশুটো আৰোগ্য হোৱা নাই বুলি পিতৃ-মাতৃয়ে জানিবলৈ দিছে।

শিশুটিক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰাবলৈ পৰামৰ্শ দিছে যদিও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো ৰাজ্যৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসা কৰাবলৈ সক্ষম নহয়।

অসহায় পিতৃ-মাতৃয়ে এতিয়া পুত্ৰৰ চিকিৎসাৰ সহায় বিচাৰি অসমবাসী ৰাইজৰ লগতে স্বাস্থ্য মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছে।

যদি কোনো সদাশয় লোকে শিশুটিক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে ৬০০০২-৩১০৯০ নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে ভাৰতীয় ষ্টেট বেংক, চামগুৰি শাখাৰ ৩৫৭৬৪৫০৮৯৭০ নম্বৰৰ একাউণ্টত আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd