• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পৰ্কীয়ৰ কোৰৰ চাবত প্ৰাণ গ’ল এটি চাৰি বছৰীয়া কণমানিৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 9, 2019 1:02 pm
News 2.00_05_44_58.Still002

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰীত বৃহস্পতিবাৰে দুপৰীয়া এটি প্ৰায় চাৰি বছৰীয়া শিশুক লোমহৰ্ষক ভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে দুপৰীয়া মাগুৰমাৰী গাৱঁৰ হেদাতুল ইছলাম নামৰ লোকজনৰ তিনি বছৰীয়া সন্তান ইফটিকাৰ হছেইনক একে পৰিয়ালৰ চামচুদ্দিন নামৰ লোক এজনে শিশুটিক এখন কোৰেৰে মূৰত আঘাত কৰে। লগে লগে পৰিয়ালৰ লোকে শিশুটিক ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি কয়।

Apply Now

পৰৱতী সময়ত কাৱৈমাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ  শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

ঘটনা সম্পৰ্কে শিশুটিৰ পৰিয়ালৰ লোকে ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।

আনহাতে কাৱৈমাৰি আৰক্ষীয়ে হত্যাৰ মূল অভিযুক্ত চামচুদ্দিনক নিজৰ ঘৰৰ পৰা আটক কৰি ৰূপহীহাট আৰক্ষী থানাৰ জিম্মাত ৰাখিছে।

ইফালে শিশু হত্যাকাৰী চামচুদ্দিন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি একাংশ স্থানীয় লোকে জানিবলৈ দিছে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd