• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লিভাৰৰ জটিল ৰোগত আক্ৰান্ত মাজুলীৰ ৬ বছৰীয়া শিশু; সহায়ৰ আহ্বান

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , August 26, 2018 11:24 am

1 min read

লিভাৰৰ জটিল ৰোগত আক্ৰান্ত মাজুলীৰ ৬ বছৰীয়া শিশু; সহায়ৰ আহ্বান
116
VIEWS
Share on FacebookShare on Twitter

পখিলা খেদি সমনীয়াৰ সৈতে খেল ধেমালি কৰাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত হৈছে মাজুলীৰ খেৰকাটি বনিয়া গাঁৱৰ এজনী কনমাণি শিশু ৷

উল্লেখযোগ্য যে গাঁওখনৰ ৰামচন্দ্ৰ ভড়ালী আৰু মাইনা ভড়ালীৰ কন্যা লক্ষীমিয়ে জীৱনৰ কেৱল ৬ টা বছৰ অতিক্ৰম কৰাৰ সময়তে লিভাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে।

ইতিমধ্যে কণমানি কন্যা শিশু গৰাকীৰ পিতৃ-মাতৃয়ে যোৰহাট আৰু মাজুলীত চিকিৎসা কৰাইছে। কিন্তু দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ সকলো বিক্ৰী কৰি শিশুটিক চিকিৎসা কৰোৱা পিছত বৰ্তমান অসহায় পৰিছে।

আনহাতে বৰ্তমান অসহায় হৈ পৰা পিতৃ-মাতৃক শেহতীয়াকৈ চিকিৎসকে শিশুটিৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ কোৱাত দৰিদ্ৰ পিতৃ-মাতৃৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে হৈছে। যিহেতু চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পিতৃ-মাতৃৰ সামৰ্থ নাই। নিজৰ কণমানি কন্যা শিশু গৰাকীক মুখৰ আগত লৈ চাই থকাৰ বাহিৰে আন একো উপায় নাইকিয়া হৈছে।

সেয়ে অনাকাংক্ষিত দুঃস্বপ্নময় ভবিষ্যতৰ দিশলৈ গতি কৰা কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ কোনো সুহৃদয়ৱান লোকক সহায় কৰিবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে। আৰু এই ক্ষেত্ৰত সহায় কৰিব বিচৰা লোকে মাতৃ মাইনা ভড়ালীৰ ৮০১১০৮৯৬৩৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Recent News

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd