• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্কুলীয়া ছাত্ৰীৰ বাবে কেৰালা চৰকাৰৰ ডাঙৰ উপহাৰ, এতিয়াৰে পৰা প্ৰতি মাহে পাব ঋতুস্ৰাৱৰ ছুটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 10:02 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইউডিএফ চৰকাৰে এতিয়া স্কুলীয়া ছাত্ৰীসকলৰ বাবে এক ব্যতিক্ৰমি উদ্যোগ হাতত লৈছে। ছাত্ৰীসকলৰ স্বাস্থ্য আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰতি মাহে তিনি দিন পৰ্যন্ত ঋতুস্ৰাৱৰ ছুটি দিয়াৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ বিধানসভাত এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো ডাঙি ধৰিছে ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰে। তেওঁ কয় যে এই নতুন নিয়মে শিক্ষা প্ৰতিষ্ঠান আৰু সাৰ্বজনীন স্থানসমূহ ছোৱালী আৰু মহিলাসকলৰ বাবে অধিক সহজ তথা অনুকূল কৰি তুলিব।

অৱশ্যে স্কুল বন্ধ থাকিলে ছাত্ৰীসকলৰ পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে বুলি একাংশই চিন্তা প্ৰকাশ কৰিছে। কিন্তু এই সমস্যাৰো এক সুন্দৰ সমাধান উলিয়াইছে নতুন চৰকাৰে। ছুটি লোৱাৰ বাবে ছাত্ৰীসকল যাতে পঢ়া-শুনাত পিছপৰি নাযায়, তাৰ বাবে সাপ্তাহিক বন্ধৰ দিনবোৰত অতিৰিক্ত ক্লাছৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ উপৰি চৰকাৰে শিশুৰ যতন লোৱাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। ১৯৬১ চনৰ মাতৃত্বকালীন সুবিধা আইনৰ অধীনত কৰা নতুন পৰিকল্পনা অনুসৰি, যিবোৰ চৰকাৰী কাৰ্যালয়, উদ্যোগ, আইটি পাৰ্ক বা কৰ্মক্ষেত্ৰত ৫০ জনতকৈ অধিক কৰ্মচাৰী আছে, সেই সকলোবোৰ ঠাইতে সুৰক্ষিত আৰু উন্নত মানদণ্ডৰ চাইল্ড কেয়াৰ চেন্টাৰ বা শিশু যতন কেন্দ্ৰ গঢ়ি তোলা হ’ব।

Apply Now

মহিলাসকলৰ বাবে ৰাজ্যপালগৰাকীয়ে আন কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ঘোষণা কৰিছে। তেওঁ জনায় যে কৰ্মক্ষেত্ৰত এতিয়াৰে পৰা মহিলাসকলক পুৰুষৰ সমান হাৰত দৰমহা দিয়াৰ ব্যৱস্থা কৰা হ’ব। লগতে কৰ্মৰত মহিলাসকলৰ বাবে ছয় মাহৰ মাতৃত্বকালীন ছুটিৰ ব্যৱস্থা কৰা হ’ব। কেৰালাৰ প্ৰতিখন প্ৰধান চহৰতে পৰ্যাপ্ত পৰিমাণে সাৰ্বজনীন শৌচাগাৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি মহিলা আৰু ছাত্ৰীসকলে যাতে চেনিটাৰী নেপকিন, জোতা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অতি সহজে লাভ কৰিব পাৰে, তাৰ বাবেও চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd