• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীৰ নাৰপাৰাৰ পৰা নিৰুদ্দেশ অষ্টম শ্ৰেণীৰ ছাত্ৰ; সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , December 21, 2018 2:04 pm

1 min read

Kulajit das

কুলজিত দাস

329
VIEWS
Share on FacebookShare on Twitter

১৯ ডিচেম্বৰৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ওচৰৰ নাৰপাৰা গাঁৱৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ আজি পৰ্যন্ত কোনো সন্ধান উলিয়াব নোৱাৰাত আজিও অঞ্চলটোত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে।

শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত নিৰুদ্দিষ্ট ছাত্ৰজন চন্দ্ৰ দাস আৰু অনিতা দাসৰ পুত্ৰ কুলজিত দাস বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, যোৱা ১৮ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে ছাত্ৰজনে তেওঁলোকৰ ঘৰৰ ওচৰৰে মাহীয়েকৰ ঘৰত নিশাটো কটাই ১৯ ডিচেম্বৰৰ ৰাতিপুৱাই নিজ ঘৰলৈ বুলি আহিছিল। কিন্তু মাহীয়েকৰ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা ছাত্ৰজন ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়।

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোক অৱগত হোৱাত কিছু স্থানীয় লোকৰ সহায়ত ছাত্ৰজনক বিচাৰি অনুসন্ধান চলাই যদিও একো শুসূত্ৰ উলিয়াব নোৱাৰিলে। পৰিয়ালৰ লোকে ছাত্ৰজনক বিচাৰি নোপোৱাত অৱশেষত ১৯ ডিচেম্বৰৰ দিনাই কমাৰকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

কমাৰকুছি আৰক্ষীয়েও এজাহাৰৰ ভিত্তিত নিৰুদ্দিষ্ট ছাত্ৰজনক বিচাৰি বিভিন্ন ঠাইত অনুসন্ধান চলাইছে যদিও এই পৰ্যন্ত কোনো তথ্য উলিয়াব পৰা নাই।

হঠাৎ কিদৰে এজন ছাত্ৰ এইদৰে নিৰুদ্দেশ হ’ব পাৰে তাকে লৈ এতিয়া স্থানীয় লোকৰ মাজত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হোৱাৰ লগতে ছাত্ৰজনক কোনো দুষ্ট চক্ৰই অপহৰণ কৰি নিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে।

Recent News

খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানে ভূমিহীন পৰিয়ালক উপকৃত কৰিব : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানে ভূমিহীন পৰিয়ালক উপকৃত কৰিব : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd