• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমিৰ পৰা মছজিদ ভাঙি দিয়াৰ গোচৰ চলিব মথুৰা আদালতত!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 6:07 pm
index.jpgaaaaaa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম জন্মভূমিৰ পিছত এইবাৰ হিন্দুসকলৰ অন্য এক ভগৱান শ্ৰীকৃষ্ণৰ জন্মভূমিও পুনৰুদ্ধাৰ কৰা হ’ব!

ইতমিধ্য আদালতত শ্ৰীকৃষ্ণৰ জন্মভূমি পুনৰুদ্ধাৰৰ বাবে মথুৰাৰ আদালাতত এক আবেদন দাখিল কৰা হৈছে আৰু আদালতে এই আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে।

Apply Now

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি যোৱা শুকুৰবাৰে মথুৰা জিলা ছেছন আদালতৰ বিচাৰপতি সাধন ঠাকুৰে এই গোচৰ আদালতত শুনানিৰ বাবে গ্ৰহণ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ছেপ্টম্বৰ মাহত শ্ৰীকৃষ্ণ জন্মভূমিৰ পৰা মছজিদ ভাঙি দিয়াৰ দাবীৰে নিম্ন আদালতত জনোৱা এক আৰ্জি আদালতে খাৰিজ কৰি দিছিল।

ইফালে এই গোচৰৰ সংক্ৰান্তত আদালতে শ্বাহী দৰগাহ মছজিদ ট্ৰাষ্ট আৰু চুন্নী ৱাকফ বোডসহ সকলো পক্ষকে অহা ১৮ নৱেম্বৰত আদালত হাজিৰৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

উত্তৰ প্ৰদেশৰ ৰঞ্জন অগ্নিহোত্ৰী নামৰ এজন লোকে আদালতত আবেদন কৰি মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমিৰ ১৩.৩৭ একৰ ভূমিৰ লগতে প্ৰভূ শ্ৰীকৃষ্ণ মন্দিৰৰ স্বত্ব চু্‌ন্নী ৱাকফ বোৰ্ড আৰু শ্বাহী দৰগাহ মেনেজমেন্টৰ ট্ৰাষ্টৰ স্থানীয় কিছুসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অবৈধ ভাৱে দখল কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে। অভিযোগৰাকী অগ্নিহোত্ৰীয়ে উক্ত ভূমিখিনি খালী কৰাৰো দাবী কৰিছে।

তেওঁ লগতে দাবী কৰিছে যে শ্ৰীকৃষ্ণৰ জন্মভূমিৰ ওপৰতে মুছলমানসকলৰ ইদগাহ মছজিদটো আছে।

উল্লেখ্য যে, আধ্যাত্মিক চহৰ মথুৰাত বহুকেইটা প্ৰাচীন মন্দিৰ আছিল বুলি হিন্দু ধৰ্মাৱলম্বী লোকে দাবী কৰি আহিছে। হিন্দুসকলে বিশ্বাস কৰে যে এই ভূমিভাগেই শ্ৰীকৃষ্ণৰ জন্মভূমি।

ইফালে একাংশ ইতিহাসবিদে দাবী কৰি আহিছে যে, প্ৰাচীন কেশৱনাথ মন্দিৰ ভাঙি ঔৰংগজেৱে তাৰ ওপৰতে মছজিদ নিৰ্মাণ কৰিছিল।

১৯৩৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে উক্ত মন্দিৰৰ স্বত্ব মথুৰাৰ ৰজাৰ হাতত অৰ্পণ কৰিছিল আৰু বৰ্তমানে ইয়াৰ স্বত্ব আছে বিশ্ব হিন্দু পৰিষদৰ ঘনিষ্ঠ সংগঠন শ্ৰী কৃষ্ণভূমি ট্ৰাষ্টৰ হাতত।

ইয়াৰ পিছতে দুয়ো ধৰ্মৰ মানুহৰ মাজত ইয়াকে লৈ সংঘাত সূত্ৰপাত ঘটে। অৱশেষত ১৯৬৭ চনত এক চুক্তিৰ জৰিয়তে ভূমিৰ মালিকানা হিন্দুসকলৰ হাতলৈ আহিল যদিও মছজিদটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব লাভ কৰে মুছলমানসসকলে।

এতিয়া এই মছজিদটোকে ভাঙি দিয়াৰ দাবীৰে ৰঞ্জন অগ্নিহোত্ৰী নামৰ লোকজনে দাবী জনাই আদালতৰ দাৰস্থ হৈছে। আৰু মথুৰা চেছন আদালতে এই আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd