• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৰেলাৰ বানাক্ৰান্তৰ বাবে হোজাই জিলাৰ গীৰ্জা প্ৰশাসনৰ বৰঙণি সংগ্ৰহ অভিযান

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
August 23, 2018 1:42 pm
IMG-20180823-WA0006
147
VIEWS
Share on FacebookShare on Twitter

কেৰেলাৰ বানাক্ৰান্ত লোকসকলৰ সাহায্যাৰ্থে বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ সাতগাঁও মিশ্যন ডায়চেজ, লংকাই এটা দুদিনীয়া বৰঙণি সংগ্ৰহ অভিযান সম্পন্ন কৰিছে। বকলীয়া, লাংহিন আৰু ডোকমোকা চহৰত  আগষ্টৰ ২১ আৰু ২২ তাৰিখে এই বৰঙণি তোলা অভিযান চলোৱা হৈছে বুলি গীৰ্জা প্ৰশাসনৰ পৰা প্ৰকাশিত এটা সংবাদ বিবৃতিত এই কথা প্ৰকাশ পাইছে।

সংবাদ বিবৃতিতটোৰ মতে ফাডাৰ থাংহাওৰ নেতৃত্বত বিলিভাৰ্ছ ইষ্টাৰ্ন চাৰ্চ সাতগাঁও মিশ্যন ডায়চেজ, লংকাৰ এটা দলে হাতে হাতে প্লেকাৰ্ড আৰু  ‘কেৰেলা বানাক্ৰান্তৰ বাবে সাহায্য প্ৰাৰ্থনা’ (ইংৰাজীত) লিখা বেনাৰ লৈ বানাক্ৰান্ত সকলৰ সাহায্যৰ বাবে দোকান, পোহাৰৰ লগতে মানুহৰ পৰাও সাহায্য বিচাৰে।

এটা বিবৃতিত ফাডাৰ থাংহাওৱে কৈছে যে বানত ইতিমধ্য সৰ্বস্বান্ত হোৱা কেৰেলাৰ জনসাধাৰণলৈ এই দুৰ্যোগৰ সময়ত সহায় কৰাৰ বাবে গীৰ্জা আগবাঢ়ি আহিছে।

তেওঁ আৰু কৈছে যে এই দুদিনীয়া বৰঙণি তোলা অভিযানত উঠা ধন, সাহায্য সামগ্ৰী আদি দুৰ্গতসকলৰ মাজত বিতৰণৰ উদ্দেশ্যে কেৰেলা চৰকাৰৰ বান সাহায্য পুঁজিলৈ প্ৰেৰণ কৰা হ’ব ।

বানাক্ৰান্তসকলৰ সাহায্যৰ বাবে মুক্তহস্তে বৰঙণি দিয়া সকললৈও ফাডাৰে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd