DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতীয় নাগৰিক? প্ৰমান বিচাৰি আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2020 3:32 pm
pm

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

দেশৰ বহু নাগৰিকে নাগৰিকত্বৰ প্ৰমান বিচৰাত জাঙুৰ খাই উঠিছে। বহুতেই আনকি নথি পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰিও সৰৱ হৈ পৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰা বহুতেই এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰি এনেদৰে সৰৱ হৈ পৰিছে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনকাৰীসকলে তেওঁলোকৰ প্ৰতি কটাক্ষ কৰি নাগৰিকত্বক লৈ প্ৰশ্ন কৰিছে।

এনে পৰিস্থিতি চলি থকাৰ মাজতেই দেশৰ প্ৰধান মন্ত্ৰীগৰাকীৰেই নাগৰিকত্বৰ প্ৰমান বিচাৰি আবেদন জনাইছে এজন লোকে। বিষয়টোৱে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেৰালাৰ ত্ৰিশূৰ জিলাৰ চালাকুডি চহৰৰ বাসিন্দা যোশ কাল্লুভিট্টল নাগৰিকত্ব সংশোধনী আইন তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এগৰাকী বিৰোধী ব্যক্তি হিচাপে পৰিচিত।

তেওঁ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে  প্ৰয়োগ কৰিব বিচৰা নীতিৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে। ইয়াৰ মাজতে হঠাতে তেওঁ নাগৰিকত্ব প্ৰমানৰ বাবে প্ৰয়োজনীয় নথি পত্ৰখিনি প্ৰধান মন্ত্ৰী গৰাকীৰ আছেনে নে নাই সেয়া জানিবলৈ আগ্ৰহী হৈ পৰে।

ইয়াৰ পাছতেই যোশে যোৱা ১৩ জানুৱাৰিত চালাকুডি পৌৰসভাৰ তথ্য বিষয়াৰ সৈতে দেখা কৰে। তদুপৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগৰিকত্বৰ নথি পত্ৰ চোৱাৰ বাবে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পৌৰসভাৰ সংশ্লিষ্ট বিভাগত আবেদন দাখিল কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নিৰ্দিষ্ট কেইখনমান দেশৰ পৰা অহা শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিবলৈ চলোৱা প্ৰক্ৰিয়াৰ মাজতে এগৰাকী নাগৰিকে দেশৰ প্ৰধান মন্ত্ৰীৰ নাগৰিকত্বৰ প্ৰমান বিচাৰি আবেদন জনোৱা কাৰ্যই স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd