• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহ্য ৰে’লপথক সংৰক্ষণৰ দাবীৰে উঃ পূঃ ৰে’লৱেৰ মহা প্ৰৱন্ধকক সাক্ষাত ডিমা হাছাওৰ সঁজাতী দলৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
August 25, 2018 8:08 am
IMG-20180824-WA0023
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব-শাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকক ঐতিহ্য ৰেলপথ বিষয়টো সম্পৰ্কত আলোচনা কৰাৰ বাবে সাক্ষাৎ কৰে।

কালি আবেলি বিধায়ক বীৰভদ্ৰ হাগেজৰ আৰু পৰ্যটনৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপুৰ নেত্বত্বত ডিমা হাছাওৰ সঁজাতী দলটোৱে মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ৰ সৈতে সাক্ষাৎ কৰে। এই দলটোত ৰাজহ সচিব সৈন্দেশ আৰ্দাও আৰু পৰ্যটন বিভাগৰ উপ সঞ্চালক নিৰ্মলেন্দু কেম্প্ৰাইও আছিল। আলোচনাচক্ৰত অংশ লোৱা ৰে’লৱেৰ সঁজাতী দলটোত মহা প্ৰৱন্ধকগৰাকীৰ উপৰিও অতিৰিক্ত মহা প্ৰৱন্ধক লোকেশ নাৰায়ণ, প্ৰধান মুখ্য অভিযন্তা (PCE) ৰাজীৱ ৰাজবংশী, মুখ্য জন-সম্পৰ্কৰক্ষী বিষয়া (CPRO ) প্ৰণৱজ্যোতি শৰ্মাও উপস্থিত আছিল।

Apply Now

জানিব পৰা গৈছে যে ঐতিহ্য ৰেলপথচোৱাৰ বাকী থকা অংশ এতিয়া ৰে’লৱে ব’ৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে। যেতিয়া পৰ্যটনৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপুৱে মেইলংদিছা আৰু লংৰানগাজাওৰ মাজৰ ঐতিহ্য ৰেলপথচোৱাৰ কিছু কিছু অংশত থকা সৰু সৰু কালভাৰ্ট, সৰু সৰু দলং আদি উঠাই দিয়াৰ বিষয়টোলৈ আঙুলিয়াই দিছিল, লগে লগে মহা প্ৰৱন্ধক ৰয়ে সংশ্লিষ্ট বিষয়াসকলক সেই কাম বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰী কৰিছিল।

আৰু জানিব পৰা গৈছে যে পৰৱৰ্তী পদক্ষেপৰ বাবে অসম চৰকাৰ আৰু উত্তৰ-পূ সীমান্ত ৰে’লৱেই অলপতে মূল্যায়ন প্ৰতিৱেদন জমা দিছে। বিধায়ক বীৰভদ্ৰ হাগজেৰে পৰিত্যক্ত মিটাৰ গজ ৰে’লপথৰ অব্যৱহৃত ভূমিখিনি অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন ১৮৮৬ (সংশোধিত) অনুসৰি পৰিষদৰ হাতত পুনৰাই অৰ্পণ কৰিব লাগে।

মহা প্ৰৱন্ধক ৰয়ে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব-শাসিত পৰিষদৰ সঁজাতী দলটোক কৈছে যে অব্যৱহৃত মাটি পুনৰ উভোতাই দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেতবোৰ নিয়ম আৰু প্ৰক্ৰিয়া আছে আৰু এই বিষয়ত মাত্ৰ উৰ্ধতম কৰ্তৃপক্ষ—ৰে’লৱে ব’ৰ্ড আৰু মন্ত্ৰ্যালয়েহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

আনহাতে গুৱাহাটী-দিতেকচেৰা বিশেষ ৰে’লগাড়ী প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰা দাবীৰ ক্ষেত্ৰত মহা প্ৰৱন্ধকগৰাকীয়ে কৈছে যে লামডিং-বদৰপুৰ বিশেষ ৰে’লগাড়ী প্ৰৱৰ্তন কৰাটো অধিক বাস্তৱ।

ডিমা হাছাওৰ মাজেৰে পাৰ হৈ যোৱা সকলো ৰে’লগাড়ীৰ দবাত ডিমা হাছাও জিলাক বিজ্ঞাপন কৰা ব্যৱস্থা কৰাৰ দাবীৰ ক্ষেত্ৰত মহা প্ৰৱন্ধকগৰাকীয়ে কৈছে যে এই ক্ষেত্ৰত পৰ্যটন বিভাগে সাম্ভাব্য সকলো সৃষ্টিমূলক সমৰ্থন আগবঢ়াব নিউ হাফলং ৰে’লৱে ষ্টেশ্যনৰ প্লেটফৰ্মত পৰ্যটক তথ্য কিয়স্ক স্থাপন কৰা হ’ব আৰু পৰ্যটন বিভাগৰ পৰা আনুষ্ঠানিক আনুষ্ঠানিক অনুৰোধ অহাৰ পাছত লামডিঙৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকে (DRM ) প্ৰযোজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মহা প্ৰৱন্ধকগৰাকীয়ে কয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd