• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঞ্চলিক পাৰপত্ৰ কৰ্মচাৰীক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড, ১০ হাজাৰ টকা জৰিমনা বিশেষ আদালতৰ

উৎকোচ লোৱাৰ সময়ত হাতে-লোতে ধৰা পৰিছিল

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
November 29, 2018 5:23 pm
Court-handle
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৭ নৱেম্বৰে গুৱাহাটীৰ আঞ্চলিক পাৰপত্ৰ বিষয়াৰ ব্যক্তিগত সহায়িকা হিচাপে কৰ্মৰত নিম্নবৰ্গৰ সহায়িকা অঞ্জলি দাস ঠাকুৰীয়াক চিবিআই, গুৱাহাটীৰ বিশেষ ন্যায়াধীশে ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহিছে। শ্ৰীমতী ঠাকুৰীয়াই এগৰাকী ব্যক্তিৰ পৰা ২,০০০ টকা উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতে-লোটে ধৰা পেলাইছিল অনুসন্ধানকাৰী সংস্থা চিবিআয়ে।

উল্লেখ্য যে ভৰতীয় অনুসন্ধান সংস্থা চিবিআয়ে অঞ্জলি দাস ঠাকুৰীয়া নামৰ নিম্নবৰ্গৰ সহায়িকাগৰাকীৰ বিৰুদ্ধে ১২.০৯.২০১৪ চনত এটা গোচৰ পঞ্জীয়নভুক্ত কৰিছিল। শ্ৰীমতী ঠাকুৰীয়াই সাময়িকভাৱে আঞ্চলিক পাৰপত্ৰ বিষয়াৰ ব্যক্তিগত সহায়িকা হিচাপে নিযুক্তি লাভ কৰিছিল।

Apply Now

শ্ৰীমতী অঞ্জলি দাস ঠাকুৰীয়াই এটা পাৰপত্ৰ ফাইল পাছ কৰোৱাৰ বাবদ দুহেজাৰ টকা দাবী কৰিছিল আৰু ফাইলটো ৭ দিনৰ ভিতৰতে ঘৰত জমা দি আহিব বুলি কোৱা বুলি অভিযোগ এগৰাকী ব্যক্তিয়ে অভিযোগ দিছিল।

অনুসন্ধানকাৰী সংস্থাটোৱে অপৰাধীক ধৰাৰ বাবে জাল পাতিছিল আৰু অভিযোগকাৰীৰ পৰা ২০০০ টকা লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলাইছিল। বিভাগীয় অনুসন্ধানৰ পাছত ২০১৫ৰ ২০ জুনত ডেজিগনেটেড আদালতত এখন অভিযোগনামা দাখিল কৰিছিল।

সাক্ষ্য প্ৰমাণ প্ৰমাণিত হোৱাত আদালতে অভিযুক্তাগৰাকীক দোষী সাব্যস্ত কৰে আৰু ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ সৈতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd