• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ আন্তঃক্লাব ‘এ’ ডিভিজন ফুটবল লীগ

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , August 26, 2018 8:52 pm

1 min read

Prominent veteran footballer Ali Hussain is being introduced to the players (1)
79
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰ পৰা মঙলদৈ বিদ্যাপীঠ খেলপথাৰত আৰম্ভ হৈছে চলিত বৰ্ষৰ কুমাৰ জ্যোতিৰিন্দ্ৰ নাৰায়ণ দেৱ সোঁৱৰণী ‘এ’ ডিভিজন আন্তঃক্লাব ফুটবল লীগ।

অৰুণোদয় সংঘ আৰু দহি আঞ্চলিক ক্ৰীড়া সংঘৰ মাজত অনুষ্ঠিত হোৱা আৰম্ভণি মেচত জয়ৰ শেষ হাঁহি মাৰে অৰুণোদয় সংঘই। আব্দুল হান্নানে পৰিচালনা কৰা মেচখনত অৰুণোদয় সংঘৰ হৈ একমাত্ৰ বিজয়সূচক গ’লটো দিয়ে দিগন্ত বৰুৱাই।

মেচখনৰ পূৰ্বে মঙলদৈ ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়া-কৰ্মচাৰী আৰু ট্ৰফী দাঁতা মীৰা দেৱীৰ লগতে অন্যান্য লোকৰ উপস্থিতিত ‘এ’ ডিভিজন ফুটবল লীগখনৰ শুভাৰম্ভণি কৰে প্ৰাক্তন ফুটবলাৰ আলী হুছেইনে।

মঙলদৈ ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক বিপুল কুমাৰ শৰ্মাই সংবাদ মাধ্যমক সদৰি কৰি কয় যে চলিত বৰ্ষৰ ‘এ’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব। আনহাতে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব বুলি শৰ্মাই জানিবলৈ দিয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd