• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ছোৱালীক কিদৰে ‘পতাব’ পাৰি? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানে কি ক’লে, চাওক!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2021 7:24 pm

2 min read

ছোৱালীক কিদৰে ‘পতাব’ পাৰি? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানে কি ক’লে, চাওক!
344
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানক টুইটাৰত প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ স’তে ভাৱ বিনিময়ত মিলিত হোৱা দেখা যায়।

বুধবাৰে, শ্বাহৰুখক অনুৰাগীসকলে বিভিন্ন প্ৰশ্ন সোধে।

ইয়াৰ ভিতৰত অন্যতম আছিল তেওঁৰ পত্নী গৌৰী খানে শ্বাহৰুখৰ কিহত ভাল পায়।

প্ৰত্যুত্তৰ দিবলৈ গৈ শ্বাহৰুখে তেওঁৰ ভাল গুণসমূহৰ তালিকা দাঙি ধৰে।

That I cook and clean and look after the babies. And I guess being so handsome helps too…. https://t.co/bxeotwUMYH

— Shah Rukh Khan (@iamsrk) March 31, 2021

”মই ৰান্ধো, চাফাকৈ থাকো আৰু কেঁচুৱা চোৱাচিতা কৰে। আৰু মই অনুমান কৰো বহুত বেছি হেণ্ডছাম বাবেও।”- শ্বাহৰুখে কয়।

আন এজনে শ্বাহৰুখক ছোৱালীবিলাকলৈ উপদেশ দিবলৈ অনুৰোধ কৰো।

মূলতঃ ছোৱালীয়ে তেওঁলোকৰ সৌন্দৰ্যৰ প্ৰতি থকা অসুৰক্ষিত মনোভাৱক কেনেদৰে উধাব পাৰিব, সেই লৈ শ্বাহৰুখক প্ৰশ্নটো সোধা হয়।

”সকলো ছোৱালীৰে আন এজনীতকৈ বেলেগ ধৰণৰ সৌন্দৰ্য থাকে। তুলনা নকৰিবা… আৰু মনত ৰাখিবা যে তুমি অনন্যা।”- শ্বাহৰুখে এনেদৰে কয়।

আনহাতে এজন অনুৰাগীয়ে কিদৰে ছোৱালীক ‘পতানা’ কৰিব পাৰি অৰ্থাৎ প্ৰেমত পেলাব পাৰি, সেই বিষয়ে সোধে।

ইয়াৰ উত্তৰত অভিনেতাজনে অনুৰাগীজনক কঠিনভাৱে উত্তৰ দিয়ে।

Start with not using the word ‘Patana’ dor a girl. Try with more respect gentleness and respect. https://t.co/z1aJ0idK0t

— Shah Rukh Khan (@iamsrk) March 31, 2021

”এজনী ছোৱালীৰ বাবে ‘পতানা’ শব্দ ব্যৱহাৰ কৰি আৰম্ভ নকৰিবা। শ্ৰদ্ধা আৰু বিনয়েৰে চেষ্টা কৰা।”- শ্বাহৰুখে কয়।

আন এজনে সোধে যে তেওঁৰ সন্তানৰ বাবে তেওঁ কেনেধৰণৰ পিতৃ?

”শিশুবিলাকক সাৱটি ধৰিবৰ বাবে আৰু মৰম কৰিবৰ বাবে উৎপাদন কৰা হয়।”- শ্বাহৰুখে প্ৰত্যুত্তৰ দিয়ে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd