• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, তেজপুৰৰ বিষয়ে কিছু কথা..

বুলজিৎ বুঢ়াগোহাঁই by বুলজিৎ বুঢ়াগোহাঁই
August 28, 2019 4:26 pm
A Few things about Girijananda Chowdhury Instititute of Management and Technology, Tezpur

জি আই এম টি, তেজপুৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১১ চনৰ ১৬ আগষ্ট তাৰিখে তেজপুৰ চহৰৰ ডেকাৰগাঁৱত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰ (https://gimt-tezpur.ac.in) স্থাপন হৈছিল। জি আই এম টি, তেজপুৰ পাব্লিক প্রাইভেট পার্টনাৰশ্বিপ (পিপিপি) আৰ্হিত স্থাপিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

তেজপুৰৰ মিছন চাৰিআলিৰ পৰা ৪ কিলোমিটাৰ আৰু ৰে’লৱে ষ্টেচনৰ পৰা ২ কিলোমিটাৰ নিলগৰ সেউজীয়া পৰিৱেশত অৱস্থিত মহাবিদ্যালয়খন পূৰ্বতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিল আৰু ২০১৩ চনৰ আগষ্ট মাহত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে৷ ড° তুষাৰ কান্তি  ভট্টাচাৰ্য্য এই প্ৰতিষ্ঠানৰ প্রতিষ্ঠাপক অধ্যক্ষ। ইয়াৰ পিছত ক্রমে ড°  বিশ্বৰূপ শইকীয়া আৰু ড° ৰমেশ চন্দ্র গোস্বামীয়ে অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০১৮ চনৰ ১ আগষ্ট তাৰিখে মই অধ্যক্ষৰ দায়িত্বভাৰ গ্রহণ কৰো৷

Apply Now

অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, ত্রিপুৰা আদি ৰাজ্যৰ  বহুসংখ্যক শিক্ষাৰ্থীয়ে জি আই এম টি, তেজপুৰত শিক্ষা গ্রহণ কৰি আছে। এই শিক্ষানুষ্ঠানত ২০ শতাংশ চৰকাৰীভাৱে সংৰক্ষিত আসন আছে।

ইয়াত শিক্ষা গ্ৰহণ কৰা বহুজনে চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয় আৰু ইংলেণ্ডৰ Sussex University আদি আগশাৰীৰ শিক্ষানুস্থানত উচ্চশিক্ষা গ্রহণৰ সুযোগ লাভ কৰিছে। বহুসংখ্যক ছাত্ৰ-ছাত্ৰী চৰকাৰী, বেচৰকাৰী চাকৰিত নিয়োজিত হোৱাৰ উপৰিও  স্বনিয়োজনৰ পথো বাছি লবলৈ সক্ষম হৈছে৷

এই মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ ‘Avante Coureur’ প্রতি বছৰে আয়োজন কৰা হয়। আন্তঃ মহাবিদ্যালয় কুইজ, তৰ্ক, নৃত্য আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত অন্যান্য বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।

জি আই এম টি, তেজপুৰত ‘Ethnic Day’ৰ কাৰ্য্যসূচী হিচাপে প্ৰতিবছৰে ব’হাগ মাহৰ প্ৰথম পষেকত ‘গোমচেং’ নামৰ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ‘গোমচেং’ৰ অন্যান্য কাৰ্য্যসূচীৰ লগতে প্ৰতিষ্ঠানখনৰ সমূহ কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ সাজ-পাৰ পৰিধান কৰে।

জি আই এম টি, তেজপুৰৰ বাৰ্ষিক আলোচনী “জিমচিয়ান” আৰু  খবৰ পত্ৰিকা ‘টেক-বাৰ্তা’ নিয়মীয়াকৈ প্রকাশ হৈ আহিছে।

মহাবিদ্যালয়খনৰ সামাজিক কল্যাণকামী ক্লাব ‘সহযোগ’ৰ উদ্যোগত শোণিতপুৰ জিলাৰ শিক্ষানুষ্ঠানসমূহত  বিনামূলীয়া কেৰিয়াৰ সজাগতা সভাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলক নিয়মীয়াকৈ কেৰিয়াৰ দিহা-পৰামৰ্শ প্রদান কৰি অহা হৈছে।

ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে অধিক তথ্যৰ বাবে  9854075378, 9864603100, 8812028822, 9365404513  এই ফ’ন নম্বৰকেইটাত যোগাযোগ কৰিব পাৰে৷

জি আই এম টি, তেজপুৰত বৰ্তমান Civil Engineering আৰু Mechanical Engineering বিভাগৰ B.Tech পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা আছে।

(লেখক, অধ্যক্ষ, জি.আই.এম.টি., তেজপুৰ। ফোন: ৯৪৩৫১৮৮৬৩০। ই-মেইল: [email protected])

বুলজিৎ বুঢ়াগোহাঁই

বুলজিৎ বুঢ়াগোহাঁই

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd