• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰে ৰূপালী পৰ্দাত দেখা যাব দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ অমৰ প্ৰেম কাহিনী

দ্বীপজ্যোতি শর্মা by দ্বীপজ্যোতি শর্মা
March 4, 2020 5:26 pm
Dipali-Nilpaban-1

ফাইল ফটো

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু সুকণ্ঠী শিল্পী দীপালি বৰঠাকুৰৰ প্ৰেম কাহিনীক দেখা যাব ৰূপালী পৰ্দাত।

প্ৰণিধানযোগ্য যে নীলপৱন বৰুৱা আৰু দীপালি বৰঠাকুৰৰ প্ৰেম কাহিনী অসমত অমৰ প্ৰেম কাহিনীৰূপে স্বীকৃত।

Apply Now

জীৱনৰ দীৰ্ঘকাল ৰোগত ভুগি শয্যাগত হৈ জীৱন পাৰ কৰা দীপালি বৰঠাকুৰৰ আজি এবছৰ পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটিছিল।

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ প্ৰেম কাহিনীক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিছে ছবি প্ৰযোজকত্ৰয়ে।

ছবিখনৰ বাবে এটা বিশেষ দলে তেওঁলোকৰ প্ৰেম কাহিনীক গবেষণা কৰি আছে বুলিও জানিবলৈ দিয়ে৷

ইতিমধ্যে চিনেমা নিৰ্মাণৰ বাবে নীলপৱন বৰুৱাৰ পৰা অনুমতি লোৱা হৈছে৷

ছবিখনৰ প্ৰযেজনাৰ দায়িত্ব লৈছে ৰাজ্যিক চলচিত্ৰ বঁটাপ্ৰাপক তথা অভিনেত্ৰী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মন্দাকিনী গোস্বামী, চাহ ব্যৱসায়ী অমিত মালপানী আৰু ছবি নিৰ্মাতা সঞ্জীৱ দেই৷

বিশিষ্ট ছবি সমালোচক তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি ‘ঈশ্বু’ৰ জৰিয়তে ছবি নিৰ্মাণৰ পৃথিৱীত ভৰি দিয়া উৎপল বৰপূজাৰী ক্ৰিয়েটিভ প্ৰডিউচাৰ হিচাপে থাকিব ৷

দীপালি বৰঠাকুৰ-নীলপৱনৰ বৰুৱাৰ প্ৰেম কাহিনীক চিৰযুগমীয়া আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যে ছবিখন নিৰ্মাণ কৰা হ’ব৷

ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব চলিত মাহৰ শেষফালৰ পৰা৷

দ্বীপজ্যোতি শর্মা

দ্বীপজ্যোতি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd