• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 10:44 am
295
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাইলেণ্ডৰ এগৰাকী যুৱক থানাত থাংথেৱাননৰ সৈতে ঘটা এক ঘটনাই সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছে। প্ৰতিদিনৰ দৰেই তেওঁ ঘৰৰ শৌচালয়ত বহিবলৈ গৈছিল, কিন্তু তেওঁ কল্পনাও কৰা নাছিল যে শৌচাগাৰৰ ভিতৰত সোমাই আছিল প্ৰায় বাৰ ফুট দীঘল এডাল ভয়ংকৰ অজগৰ সাপ।

তেওঁ শৌচালয়ত বহাৰ লগে লগেই সাপটোৱে তেওঁৰ অণ্ডকোষত কামোৰ মাৰি ধৰে। প্ৰাণৰ মমতাত তেওঁ সেই অৱস্থাতে সাপটোৰ ডিঙিত চেপি ধৰি ওচৰত থকা ব্ৰাছ এডালেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু কেইমিনিটমানৰ অন্তত সাপটোক মাৰি পেলাবলৈ সক্ষম হয়।

Apply Now

এই আক্ৰমণৰ ফলত সমগ্ৰ শৌচালয় তেজৰে ৰাঙলী হৈ পৰে। পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে জানিবলৈ দিয়া মতে, কামোৰৰ ক্ষত গভীৰ আছিল যদিও ভাগ্যক্ৰমে তেওঁক কোনো জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা নাই। তেওঁক টিটেনাছৰ বেজী দি কিছু সময় চিকিৎসালয়ত নিৰীক্ষণত ৰখা হয়।

থাইলেণ্ডত বাৰিষা কালত নলা-নৰ্দমা বা পাইপলাইনৰ মাজেৰে সাপ এনেদৰে মানুহৰ ঘৰত সোমোৱাৰ ঘটনা সঘনাই ঘটে। কেৱল এয়াই নহয়, আগতো এনে ধৰণৰ ঘটনা ঘটিছে। ২০১৬ চনত বেংককত এগৰাকী ব্যক্তি শৌচালয়ত বহি থাকোতে অজগৰৰ আক্ৰমণৰ বলি হৈছিল। ২০২১ চনত দক্ষিণ থাইলেণ্ডত এগৰাকী মহিলাও এনে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত থাই প্ৰশাসনে বাৰে বাৰে সতৰ্কবাণী জাৰি কৰিছে যাতে শৌচালয় ব্যৱহাৰ কৰাৰ আগতে বাল্ব জ্বলায়, পানী মাৰে আৰু শৌচাগাৰৰ ভিতৰভাগ ভালদৰে পৰীক্ষা কৰি লয়।

প্ৰাণীবিদসকলৰ মতে অজগৰ বিষাক্ত নহয় যদিও ইয়াৰ শক্তিশালী কামোৰ আৰু কুণ্ডলী পকাই চেপি ধৰিলে বিপদ হ’ব পাৰে। সাপে সাধাৰণতে আত্মৰক্ষাৰ বাবে মানুহক আক্ৰমণ কৰে। 

বিশেষজ্ঞসকলৰ মতে, দ্ৰুত নগৰায়নৰ ফলত বন্যপ্ৰাণীয়ে নিজৰ বাসস্থান হেৰুৱাই মানুহৰ বসতি অঞ্চললৈ আহিবলৈ বাধ্য হৈছে। মানুহ আৰু প্ৰকৃতিৰ মাজৰ এই সংঘাত ভৱিষ্যতে আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। থানাত বৰ্তমান সুস্থ অৱস্থাত আছে যদিও এই ঘটনাই মানুহক প্ৰকৃতিৰ সৈতে হোৱা সংঘাতৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd