• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এখন বিশেষ আদালতে এই গোচৰটোক ‘বিৰলতম’ অপৰাধ বুলি শ্ৰেণীভুক্ত কৰিছিল আৰু ৩৮জনক মৃত্যুদণ্ড আৰু ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 3:00 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৮ চনৰ আহমেদাবাদৰ ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিয়ে। নিম্ন ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে ৩৮ জন দোষীৰ মৃত্যুদণ্ডৰ কথা ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰু ১১ জন দোষীৰ যাৱজ্জীৱন কাৰাদণ্ডও বাহাল ৰখা হৈছে।

সন্ত্ৰাসবাদী সংগঠন ‘ভাৰতীয় মুজাহিদীন’ (আই এম)ৰ সদস্যসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱাৰ লগে লগে আদালতে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

উল্লেখ্য যে ২০০৮ চনৰ ২৬ জুলাইত আহমেদাবাদৰ বিভিন্ন স্থানত মাত্ৰ ৭০ মিনিটৰ ভিতৰত ২১টা বিস্ফোৰণ সংঘটিত হৈছিল। এই ভয়াবহ আক্ৰমণত ৫৬ জন লোক নিহত হোৱাৰ লগতে ২০০ৰো অধিক লোক আহত হয়।

কেৱল মহানগৰীৰ জনবসতিপূৰ্ণ অঞ্চলকে নহয়, আহতসকল চিকিৎসাধীন হৈ থকা চিকিৎসালয়সমূহকো লক্ষ্য কৰি বিস্ফোৰণৰ ঘটোৱা হয়। বিস্ফোৰণৰ মাত্ৰ কেইমিনিটমান পূৰ্বে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিভিন্ন সংবাদ মাধ্যমলৈ ইমেইল প্ৰেৰণ কৰি ভাবুকি দিয়া হৈছিল।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এখন বিশেষ আদালতে এই গোচৰটোক ‘বিৰলতম’ অপৰাধ বুলি শ্ৰেণীভুক্ত কৰিছিল আৰু ৩৮জনক মৃত্যুদণ্ড আৰু ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। দোষীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনায় যদিও ন্যায়াধীশ এ.ৱাই. কোগজে আৰু ন্যায়াধীশ সমীৰ ড’ভেৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰে।

তদন্তকাৰী সংস্থাৰ তথ্য মতে, ২০০৭ চনৰ ডিচেম্বৰ মাহত কেৰালাৰ এৰ্নাকুলাম জিলাত নিষিদ্ধ সংগঠন ‘ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া’ (SIMI)ৰ গোপন প্ৰশিক্ষণ শিবিৰত এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। তদানীন্তন ছিমিৰ মুৰব্বী ছফৰ নাগৰিৰ নেতৃত্বত তাত প্ৰায় ৫০ জন সদস্যক অস্ত্ৰ-শস্ত্ৰ আৰু শাৰীৰিক প্ৰশিক্ষণ দিয়া হৈছিল।

গোচৰৰ শুনানিৰ সময়ত এইটোও জানিব পৰা গৈছে যে জেলত থকাৰ সময়ত ২৪ জন অভিযুক্তই ২১৩ ফুট দীঘল সুৰংগ খান্দি পলায়নৰ পৰিকল্পনা কৰিছিল, যিটো শেষ মুহূৰ্তত জেল কৰ্তৃপক্ষই ব্যৰ্থ কৰি পেলায়। দীৰ্ঘ ১৮ বছৰৰ অন্তত এই ৰায়দানৰ ফলত গোচৰটোৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ নিষ্পত্তি হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd