• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মত প্ৰকাশৰ স্বাধীনতা অবিহনে এখন সুস্থ আৰু সভ্য সমাজ সম্ভৱ নহয়ঃ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2025 3:25 pm
110
VIEWS
Share on FacebookShare on Twitter

মত প্ৰকাশৰ স্বাধীনতা এখন সুস্থ আৰু সভ্য সমাজৰ এক অবিচ্ছেদ্য অংগ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানৰ জৰিয়তে এই কথা ঘোষণা কৰে। গুজৰাটত কংগ্ৰেছৰ সাংসদ ইমৰাণ প্ৰতাপগড়ীৰ বিৰুদ্ধে এফআইআৰ খাৰিজ কৰাৰ সময়তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।

গুজৰাট আৰক্ষীয়ে ইমৰাণ প্ৰতাপগড়ীৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কবিতা আপলোড কৰি “শত্ৰুতা বিয়পাই” দিয়াৰ অভিযোগত এফআইআৰ দাখিল কৰিছিল। এই বিষয়ত উচ্চতম ন্যায়ালয়ে তীব্ৰ মন্তব্য কৰি কয় যে কোনো লেখা বা মন্তব্যক ‘ঘৃণনীয়’ বুলি বিচাৰ কৰিব নোৱাৰি। কিছুমান মানুহৰ চিন্তা-চৰ্চাৰ সমস্যা থাকে, যিসকলে সকলোকে ভাবুকি বা সমালোচনা বুলি ভাবে।

ন্যায়াধীশ এএছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে স্পষ্টভাৱে কয় যে, ‘এটা সুস্থ গণতন্ত্ৰৰ বাবে মত প্ৰকাশৰ স্বাধীনতা অতি প্ৰয়োজনীয়। সাহিত্য, কবিতা, নাটক, শিল্প আৰু কাৰ্টুনে সমাজখনক সমৃদ্ধ কৰে।’

সমগ্ৰ দেশতে মত প্ৰকাশৰ স্বাধীনতাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এই ৰায়দান আহিছে। শেহতীয়াকৈ কমেডী অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধেও মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল, যিয়ে এটা কমেডী শ্ব’ৰ সময়ত শিৱসেনাৰ নেতা একনাথ সিন্দেক নাম নোলোৱাকৈ ‘দেশদ্ৰোহী’ বুলি উল্লেখ কৰিছিল।

এই পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে মত প্ৰকাশৰ স্বাধীনতাৰ বিষয়টোত এক গুৰুত্বপূৰ্ণ নজিৰ গঢ়ি তুলিছে। বিশেষজ্ঞসকলৰ মতে, এই ৰায়দান ভৱিষ্যতে বাক স্বাধীনতাৰ ওপৰত আইনী চাপ হ্ৰাস কৰাত মুখ্য ভূমিকা ল’ব পাৰে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd