DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাং জিলাৰ বিজনীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।

চিৰাং জিলাৰ বিজনীৰ বড়োবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ১ নং দাৰাঙ্গাত আজি পুৱাৰ ভাগত এছ এছ বিৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। জব্দকৃত গাঞ্জা সমূহৰ ওজন ৬.৪৩ কিলোগ্ৰাম।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 9:30 pm
67
VIEWS
Share on FacebookShare on Twitter

নামনী অসমৰ বিটিএডি এলেকাৰ চিৰাং জিলাৰ বিজনীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা । SSB ৰ অভিযানত ১ নং দাৰাঙ্গাৰ পৰা জব্দ কৰা হয় গাঞ্জা সমূহ।

গাঞ্জাসমূহ জব্দ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়।

চিৰাং জিলাৰ বিজনীৰ বড়োবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ১ নং দাৰাঙ্গাত আজি পুৱাৰ ভাগত এছ এছ বিৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। জব্দকৃত গাঞ্জা সমূহৰ ওজন ৬.৪৩ কিলোগ্ৰাম।

কুমাৰশালিস্থিত SSB ৰ ১৫ নং বেটেলিয়নৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান।দীৰ্ঘ দিনৰ পৰা ভাৰত-ভূটান সীমান্তৱৰ্তী উক্ত অঞ্চলত গাঞ্জাকে আদি কৰি বিভিন্ন অবৈধ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰিছিল এছএছবিয়ে। ফলত আজি অতৰ্কিতে অভিযান চলাই স্থানীয় বিশ্বনাথ মণ্ডলৰ গৃহৰ পৰা গাঞ্জা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।

পাছত ঘটনাস্থলিত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত হৈ গাঞ্জা ব্যৱসায়ী বিশ্বনাথ মণ্ডলক গ্ৰেপ্তাৰ কৰে।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd