• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইনী অধিকাৰ সম্পৰ্কে গণ সচেতনতাৰ সৃষ্টিৰ বাবে আইন সেৱা শিবিৰৰ আয়োজন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 24, 2018 8:55 pm
IMG-20180824-WA0030
97
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত হোৱা তসেই সমূহৰ পৰা লাভান্বিত হ’বলৈ এটা গণ সচেতনতাৰ সৃষ্টি কৰাৰ বাবে দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা এদিনীয়া আইন সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰটো ২৬ আগষ্ট দেওবাৰে অনুষ্ঠিত কৰা হ’ব।

কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগিতাত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণে এই শিবিৰটোৰ আয়োজন কৰিছে। আইন সেৱা শিবিৰত উপস্থিত থাকিব অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ একে গোস্বামী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যয়াধীশ এ বুজৰবৰুৱা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীয়ে।

কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ৰত্নদীপ ভট্টাচাৰ্যই সাংবাদিকক জনোৱা মতে দুখীয়াসকলক সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰী বিভাগসমূহক একোটা স্থানত গোট খুওৱাৰ বাবে এই আইন সেৱা শিবিৰৰ আয়োজন কৰা হৈছে। তেওঁ আৰু কয় যে আইন সেৱা সন্দৰ্ভত জ্ঞান নথকা বাবে দুখীয়া লোকসকল আইনী  অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এই শিবিৰে জনসাধাৰণক আইনী সেৱা আৰু চৰকাৰী সুবিধা লাভ কৰাত সহায় কৰিব।

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উপ সচিব গীতালী ৰাভাই কৈছে যে এই আইন সেৱা শিবিৰটো ৰাজ্যখনৰ এনেধৰণৰ পঞ্চমটো শিবিৰ। পূৰ্বে শিলচৰ, ডিব্ৰুগড়, ধেমাজি আৰু বঙাইগাঁৱত এনে শিবিৰৰ আয়োজন কৰা হৈ গৈছে বুলি তেওঁ জনায়।

তেওঁ আৰু কৈছে যে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰা হৈছে। ইয়ে দুখীয়া লোকসকলক উপকৃত কৰিব। ভট্টাচাৰ্য আৰু ৰাভাই জনসাধাৰণক এই আইন সেৱা শিবিৰৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি উপকৃত হোৱাৰ বাবে আহ্বান জনায়।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd