• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দোলগোমাত নিশা বিধ্বংসী অগ্নিকাণ্ড: ভস্মীভূত হ’ল প্ৰায় ১৫টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

NE NOW NEWS নীলমনি শৰ্মা
কৃষ্ণাই , April 10, 2020 7:03 am

1 min read

Screenshot_2020-04-10-00-18-04-836_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

9.2k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ দলগোমাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড ৷ বুদুচৰৰ দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড৷

এই ভয়ংকৰ অগ্নিকাণ্ডটোত প্ৰায় ১৫ টাকৈ সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মীভূত হয় ৷

এখন চাহৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা হঠাৎ দৈনিক বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত দপদপকৈ জুই জ্বলি উঠে। লগে লগে অঞ্চলটোত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতেই অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়া হয়। ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও সেই সময়লৈকে প্ৰায় ১৫টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ছাই হৈ যায়।

শ্বৰ্ট-চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি নি:শেষ হৈ যায়।

ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হোৱাৰ পাছত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷

Recent News

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd