• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত প্ৰাক্তন আলফাৰ সভা, উপস্থিত থাকিব অনুপ চেতিয়াকে ধৰি শীৰ্ষ নেতৃত্ব

NE NOW NEWS নীলমণি শৰ্মা
গোৱালপাৰা , September 21, 2018 6:28 pm

1 min read

anup

অনুপ চেতিয়া। ফাইল ছবি।

329
VIEWS
Share on FacebookShare on Twitter

কৃষ্ণাইৰ হাবৰাঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অহা ২৩ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব গোৱালপাৰা জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখন সাধাৰণ সভা।

পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সভাখনত উপস্থিত থাকিবলৈ জিলাখনৰ সকলো প্ৰাক্তন আলফাকে আহ্বান জনোৱা হৈছে।

‘মূলতঃ জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰাক্তন আলফা সদস্যসকলৰ ব্যক্তিগত আৰু জাতীয় সমস্যাসমূহ ঐক্যবদ্ধভাৱে সমাধানৰ বিষয়ে আলোচনাৰ উদ্দেশ্যৰে সভাখন আহ্বান কৰা হৈছে,’ এক বিবৃতিৰ জৰিয়তে নৰ্থ ইষ্ট নাও-ক জনাইছে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সচ্চিদানন্দ তাৰা, কাৰ্যকৰী সভাপতি জয়ন্ত ৰয় আৰু সাধাৰণ সম্পাদক কুমুদ দাসে।

সভাখনত আলফাৰ অনুপ চেতিয়া, মৃণাল হাজৰিকা,কল্পজ্যোতি নেওগ, লোহিত দেউৰীকে ধৰি বহুকেইজন নেতা উপস্থিত থাকিব।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd