• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত মানসিক বিকাৰগ্ৰস্ত মহিলা

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , May 29, 2019 9:58 pm

1 min read

road accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

605
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ বৰালিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজনী মানসিক বিকাৰগ্ৰস্ত মহিলা।

ঘটনাৰ বিৱৰণি মতে আজি সন্ধ্যা প্ৰায় সাত বজাত কলিয়াবৰৰ বৰালিগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী ট্ৰাকে এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক খুন্দিয়াই ঘটনাস্থলীৰ পৰা ট্ৰাকখনে পলায়ন কৰে। ফলত দুৰ্ঘটনাটোৰ ফলত মহিলা গৰাকী থিতাতে নিহত হয়।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে উক্ত মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকী কলিয়াবৰৰ বৰালিগাঁও অঞ্চলত নিতৌ পিঠিত এটা বেগলৈ ঘূৰি ফুৰে। আজিও সেইদৰেই ঘূৰি ফুৰোতে বৰালিগাঁওৰ বালিবাট সন্ধ্যা  ৰাস্তা পাৰ হব লওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পূৰ্ণ কুমাৰ নাথ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে। ফলত আৰক্ষীয়ে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে মহিলাগৰাকীৰ পৰিচয় আৰক্ষীয়ে লাভ কৰা নাই সেয়ে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৭২ ঘণ্টাৰ বাবে পৰিয়ালৰ লোকৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd