• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মুছলমানৰ এগৰাকীতকৈ অধিক পত্নী থাকিব পাৰে, কিন্তু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিব লাগিব’- এলাহাবাদ উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2025 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমান পুৰুষে এগৰাকীতকৈ অধিক পত্নীক বিয়া কৰাবলৈ কোনো আইনী বাধা নাই।এই কথা পুনৰ এবাৰ স্পষ্ট কৰি দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। বিবাহৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল, “এজন মুছলমান পুৰুষে ইচ্ছা কৰিলে চাৰিগৰাকী পত্নীলৈকে বিবাহপাশত আবদ্ধ হ’ব পাৰে।ইয়াৰ একমাত্ৰ চৰ্ত হ’ল তেওঁলোকৰ আচৰণ ভাল হ’ব লাগে।”

মূল গোচৰটো ২০২০ চনৰ। মোৰাদাবাদৰ ফুৰকান নামৰ এজন যুৱকৰ বিৰুদ্ধে দ্বিতীয় পত্নীয়ে গোচৰ ৰুজু কৰিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে ফুৰকানে প্ৰথম বিবাহ লুকুৱাই তেওঁক বিয়া কৰাইছিল। আনকি বিয়াৰ পাছতো ধৰ্ষণ কৰিছিল। মোৰাদাবাদ থানাত দাখিল কৰা এজাহাৰ সন্দৰ্ভত মোৰাদাবাদৰ নিম্ন আদালতত দীৰ্ঘদিন ধৰি চলি আছিল বিচাৰ। ফুৰকানৰ অধিবক্তাই দাবী কৰিছে যে অভিযোগকাৰীয়ে নিজেই স্বীকাৰ কৰিছিল যে ফুৰকানে তেওঁক বিয়া কৰাইছে। আৰু দ্বিতীয় বিবাহ ইছলামত অপৰাধ নহয়। আৰু ধৰ্ষণৰ অভিযোগ বিয়াৰ পাছত বৈধ নহয়।

Apply Now

এই গোচৰটো এলাহাবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালে এই গোচৰটো পৰ্যবেক্ষণ কৰি কয় যে মুছলমান পুৰুষে এগৰাকীতকৈ অধিক পত্নীক বিয়া কৰাব পাৰে। কাৰণ ভাৰতত মুছলমান বিবাহৰ লগত জড়িত সকলো আইন শ্বৰীয়ত আইনৰ দ্বাৰা পৰিচালিত। এই গোচৰসমূহ ভাৰতীয় দণ্ডবিধিৰ অন্তৰ্গত নহয়। আৰু শ্বৰীয়ত মতে মুছলমান পুৰুষে চাৰিগৰাকী পত্নীলৈকে বিবাহপাশত আবদ্ধ হ’ব পাৰে। এটাই চৰ্ত, সকলো ভাল হব লাগিব।

ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে কোৰআনৰ মতে মুছলমানে কোনো বৈধ কাৰণ থাকিলে এজনতকৈ অধিক ব্যক্তিক বিয়া কৰাব পাৰে। কিন্তু সেই নিয়মৰ অপব্যৱহাৰ শেহতীয়াকৈ বৃদ্ধি পাইছে। বহুতে ব্যক্তিগত স্বাৰ্থৰ বাবে এজনতকৈ অধিক ব্যক্তিক বিয়া কৰাইছে। সেইবাবেই আদালতে একেধৰণৰ নাগৰিক সংহিতা প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰে। কিন্তু শেষত আদালতে অন্তৱৰ্তীকালীন ৰায়দানত ফুৰকানৰ দুয়োখন বিবাহ বৈধ বুলি ঘোষণা কৰে। ২৬ মে’ত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd