• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

এখন নতুন অসমীয়া চিনেমা ‘তাৰিখ’ৰ কিছু কথাৰে

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
August 29, 2025 3:51 pm
189
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাৰিখ ছবিখনৰ নামটোৰ বৰ্তমান ন-কৈ পৰিচিতি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। গত ২২ আগষ্ট তাৰিখে মুক্তিলাভ কৰা তাৰিখ ছবিখন বৰ্তমান অসমৰ কিছু তাকৰীয়া ছবিগৃহত চলি আছে। ছবিখনৰ পৰিচালনা কৰিছে হিমজ্যোতি তালুকদাৰে। সমন্বিতে চিত্ৰনাট্য লিখিছে হিমজ্যোতি তালুকদাৰ, অংকুৰ ডেকা আৰু অধিৰাজ কাশ্যপে। ছবিৰ প্ৰযোজনা অৰুন্ধতী শৰ্মা বৰুৱা আৰু ড° মুক্তিষ্মান হাজৰিকাৰ।

ছবিৰ আৰম্ভণি হয়,অৱসৰপ্ৰাপ্ত অধ্যাপক দুৰ্লভ দত্ত(অৰুণ নাথ)ৰ পুৱাৰ পৰা আৰম্ভ হোৱা দিনচৰ্যাৰে। পুৱাৰ চাহকাপ লৈ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখে আৰু দিবলৈ যায় আৰক্ষী থানাত। ৩০ অক্টোবৰ,২০০৮ ৰ পিছত যদিওবা সময়,তাৰিখ সলনি হয়,দুৰ্লভ দত্তৰ বাবে সময় আৰু তাৰিখ ১৩ বছৰ আগতেই থমকি ৰয়। অৰ্থাৎ মানসিকভাৱে তেওঁ সেই সময় বা তাৰিখতেই থাকে। তেনেকৈয়ে এদিন তেওঁ সাংবাদিক অনুৰণৰ দৃষ্টিলৈ আহে। ছবিখনৰ প্ৰথমাৰ্দ্ধৰ গতি যথেষ্ট মন্থৰ। আনহাতে দ্বিতীয়াৰ্ধৰ গতি ক্ষীপ্ৰ আৰু মনোগ্ৰাহী। অনুৰণৰ সংস্পৰ্শলৈ অহাৰ পিছত দুৰ্লভ দত্তৰ জীৱনলৈ অহা পৰিৱৰ্তনৰেই বাকী ছবিখন আগবাঢ়ে। সাংবাদিক অনুৰণৰ পত্নীৰ লগত টেলিফোনিক বাৰ্তালাপত খোৱা-বোৱাৰ কথা অধিক পতা যেন অনুভৱ হ‘ল। ছবিখনৰ মনোগ্ৰাহী দিশসমূহৰ এটি হৈছে ইয়াৰ চৰিত্ৰ নিৰ্বাচন। আন এটি দিশ হৈছে অনিৰুদ্ধ বৰুৱাৰ চিত্ৰগ্ৰহণৰ দিশটি। তাৰিখত উপস্থাপন কৰা মানসিক স্বাস্থ্যৰ দিশটি খুবেই প্ৰশংসনীয়। পিছে PTSD (post traumatic stress disorder) সম্পৰ্কে সাধাৰণ দৰ্শক কিমানদূৰ সচেতন হ‘ব,তাক লৈ সন্দেহৰ থল আছে। কাৰণ আমাৰ সমাজত ডিপ্ৰেছন, এংজাইতীকে আদি কৰি গতানুগতিক মানসিক ৰোগবোৰৰে তেনে বোধগম্যতা নাই। তথাপি,এনে উপস্থাপনক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাটোক নিশ্চয় প্ৰশংসা কৰিব লাগিব। তৰালি শৰ্মাৰ সংগীত পৰিচালনাৰ দিশটি ভাল লগা।

Apply Now

তাৰিখৰ আটাইতকৈ ভাল লগা অংশ নিৰৱ অথচ সশব্দ অভিনয় অৰুণ নাথৰ। দুৰ্লভ দত্তৰ ভূমিকাত তেওঁৰ অভিনয়ে ছবিখন তুলি ধৰিছে। বলোৰাম দাসৰ অভিনয়ো নিজ ভূমিকাত অনবদ্য। একেদৰে কুল কুলদীপৰ অভিনয়ো। স্বাগতা ভৰালীৰ অভিনয়ো স্বাভাৱিক। তাৰিখৰ অন্তিম অংশ অপ্ৰত্যাশিত হোৱাৰ বাবে অধিক ভাললগা হৈ উঠে।

-ৰিমলী বৰকটকী।
[email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd