• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটৰ মৰিয়নীত ৰে’ল আলিৰ কাষত পি পি ই কিট উদ্ধাৰক লৈ আতংক

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , May 24, 2020 6:18 pm

1 min read

যোৰহাটৰ মৰিয়নীত ৰে’ল আলিৰ কাষত পি পি ই কিট উদ্ধাৰক লৈ আতংক

ফটো : নৰ্থ-ইষ্ট নাও

17.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সজাগ সচেতনতাই একমাত্ৰ উপায় যদিও একাংশ লোকৰ চৰম দায়িত্বহীন কৰ্মৰ বাবে বৰ্তমান এই ভাইৰাছে অসমৰ গ্ৰামাঞ্চললৈও বিপদ মতাৰ আশংকাই দেখা দিছে।

যি সময়ত বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা যাত্ৰী সকলৰ মাজত এজনৰ পাছত এজনকৈ লোক ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে তেনে সময়তে দিল্লী-ডিব্ৰুগড় অভিমুখী বিশেষ উজনিমুৱা ৰে’ল গাড়ীৰ পৰা ৰে’ল পথৰ কাষত ব্যৱহৃত PPE কিট পেলাই থৈ যোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা প্ৰায় ৬.৫০ মিনিটত যোৰহাট জিলাৰ মৰিয়নীৰ নকচাৰী লাহিং বাওতলী গাঁৱৰ সমীপৰ ৰে’ল আলিৰ কাষত দিল্লী-ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা পুৱা ৰে’ল আলিৰ কাষত পেলাই থৈ যায় কেইবাটাও ব্যৱহৃত PPE কিট লগতে পলিথিনৰ বেগ, টুপি আৰু মাস্ক।

ৰে’লৰ পৰা পেলাই থৈ যোৱা PPE কিট সমূহত ক’ৰ’না ভাইৰাছ লাগি থকাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় গঞা ৰাইজ।

অন্যহাতে মৰিয়নী নগৰৰ সমীপৰ ৰে’ল পথৰ কাষতো ৰে’লৰ যাত্ৰী সকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে।

স্থানীয় ৰাইজে ৰে’ল বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই বিষয়ে ইতিমধ্যে স্থানীয় ৰাইজে ৰে’ল বিভাগৰ লগতে স্থানীয় আৰক্ষীক অভিযোগ দিছে।

শেহতীয়াকৈ ৰে’ল আৰক্ষী উপস্থিত হৈ  PPE কিট সমুহ অগ্নি সংযোগ কৰি জ্বলাই দিয়ে বুলি জানিবপৰা হৈছে।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd