• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

চিনেমা কথা: ছ’ৰী

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
July 13, 2023 3:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এখন দ্বি-ভাষিক চুটি ছবিৰ বিষয়ে এই লিখা। ‘ছৰী’ মানে, আমি সকলোৱে জানো- ক্ষমা খুজা বা কোনো অপৰাধৰ বাবে কোৱা এটি সৰু শব্দ। ছ’ৰী ২০২১ বৰ্ষত অসমৰ পৰা সকলো অসমীয়া কলা-কুশলী লৈ নিৰ্মিত প্ৰথমখন চুটি ছবি যি ডিজনী হ’টষ্টাৰত এবছৰ পৰ্যন্ত দৰ্শকৰ বাবে উপলব্ধ আছিল। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মিৰ্জা আৰিফ হাজৰিকাৰ। কাহিনী আৰু সংলাপ লিখিছে জ্যোৎস্না নেওগে। ছ’ৰীয়ে ২০২১ বৰ্ষত পাঁচোটিকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ লগতে আউটষ্টেণ্ডিঙ এচিভমেন্টৰ দুটি বঁ‌টা (TIFF আৰু Lecorn film festival) লাভ কৰিবলৈ সক্ষম হৈছিলে। ছবিখনে ২০২১ চনৰ ৩ ডিচেম্বৰত ডিজনী হ’টষ্টাৰত মুক্তি লাভ কৰিছিল।

ছবিখনৰ আৰম্ভণি ঘটে-গাড়ী এখনত পিতৃ-মাতৃ আৰু সন্তান তিনিও আৰম্ভ কৰা এক যাত্ৰাক লৈ। আৰম্ভণিতেই এখন কাজিয়া আৰু এটি দৃশ্যৰ হঠাতে সমাপ্তি ঘটে। এইখিনিৰ পৰা কাহিনী আগবাঢ়ে হাস্পতালৰ ভিতৰত, দুয়ো স্বামী-স্ত্ৰীৰ কথোপকথনৰ মাজৰে। নিজ ঘটনাবহুল জীৱনৰ ভিন্ন দুখৰীয়া ছবিক তুলি চাওঁতে চাওঁতেই পুনৰাই সেই শেষৰ ফালে আৰম্ভণিৰ সেই দৃশ্যৰ অৱতাৰণা ঘটে আৰু দৃশ্যটো সিমানতে শেষ হয়।

ঝুলন কৃষ্ণ মহন্তৰ সম্পাদনাৰ দিশটো ভাল। আৰু কাহিনীকাৰৰ লগতেই চিত্ৰনাট্যকাৰ পৰিচালকক প্ৰশংসা কৰিবই লাগিব। স্বামী-স্ত্ৰীৰ কথোপকথন কিছু সময়ত আচৰিত যেন লাগিব ,দীঘলীয়া যেন লাগিব যদিও অন্তত ই সম্পূৰ্ণৰূপে গ্ৰহণযোগ্যতা লাভ কৰিব। আমি দৈনন্দিন জীৱনত অসূয়া-আখেজ এইবোৰকেই অধিক গুৰুত্ব দি জীৱনক, জীৱনৰ ভাল লগাক, মধুৰতাক ধৰি ৰাখিবলৈ পাহৰি যাওঁ‌ প্ৰায়েই। ভাল লগা কথাবোৰতকৈ বেয়া লগাবোৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ লওঁ। যাৰফলত মতান্তৰ গৈ মনান্তৰ হৈ পৰেগৈ। আৰু মনান্তৰে কি দিশে গতি কৰিব পাৰে— তাকে লৈয়েই এই ছ’ৰী ছবিখন।

Apply Now

এবাৰ এপলক নিজৰ অহমিকা এৰি কাৰোবাক এই এটি শব্দ “ছ’ৰী” কোৱাতো কিমান জৰুৰী হৈ উঠিব পাৰে, তাকেই দৰ্শোৱা হৈছে ছবিখনত। ছবিখন চলি থাকোতে মাজে মাজে বলীউডৰ ছবি “চ্চিচ্ছ’ৰে”ৰ কথা মনলৈ আহিছিলে।

অহিৰ ভৈৰৱৰ আৱহ-সংগীত পৰিস্থিতি-সাপেক্ষ হোৱাৰ লগতে অন্তিম গীতটোও ছবিৰ লগত খাপ খোৱা। আলোকশিল্পৰ কাম কৰিছে-চন্দ্ৰ কুমাৰ দাসে।

দুই মূল ভূমিকাত অভিনয় কৰিছে ৰবি শৰ্মা আৰু বৰষাৰাণী বিষয়াই। দুয়োৰে অভিনয় স্বাভাৱিক, পৰিপক্ক। ৰবি শৰ্মাৰ চৰিত্ৰটোৰ চেহেৰাত বিশেষকৈ হাস্পতালৰ সময়ছোৱাত চাপগ্ৰস্ত ৰূপটো বাৰুকৈয়ে ফুটি উঠিছে। পিছে সেইখিনি বৰষাৰাণী বিষয়াৰ ক্ষেত্ৰত দেখা নগ’ল। পিছে ছবিখনৰ অন্ত নিশ্চিতভাৱে দৰ্শকৰ বাবে অভাৱনীয় হ’ব আৰু সেইখিনিতেই সমগ্ৰ ২১ মিনিটৰ ছবিখনৰ সাৰ্থকতা। এক কথাত এখন সংবেদনশীল চুটি ছবি “ছৰী”।

 

লেখকৰ মেইল: [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd