DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ কৱলৰ পৰা পলাল বাংলাদেশী নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 7:56 am
arrest-2-76

প্ৰতিনিধিত্বমূলক চিত্ৰ

991
VIEWS
Share on FacebookShare on Twitter

পুনৰ এবাৰ অসম আৰক্ষীক দুৰ্বল বুলি প্ৰমাণ কৰি আৰক্ষীৰ জিম্মাৰ পৰাই পলাই যাবলৈ সক্ষম হ’ল এজন আটকাধীন অবৈধ বাংলাদেশী নাগৰিক। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীৰ কৱলৰ পৰা এইদৰে এজন বাংলাদেশীয়ে পলায়ন কৰা ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে সোমবাৰে মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীয়ে জিলাখনৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২ নং দেওটাৰীৰ পৰা এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিছিল। লোকজনৰ নাম জয়নাল আব্দিন।

আটকাধীন লোকজনক পাছত সীমান্ত আৰক্ষী কনিষ্টবল শ্ৰীমল ৰায় আৰু হাবিলদাৰ ছাহেব আলীৰ দায়িত্বত ওচৰৰে মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিন্তু সন্দেহযুক্ত বাংলাদেশীজনে চিকিৎসালয়ত হোৱা ভিৰৰ সুবিধা লৈ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে সাংবাদিকৰ দলে ঘটনা সন্দৰ্ভত জানিব বিচৰাত কনিষ্টবল শ্ৰীমল ৰায় আৰু হাবিলদাৰ ছাহেব আলীয়ে কোনো মন্তব্য প্ৰকাশ নকৰিলে।

ইফালে আৰক্ষীৰ কৱলৰ পৰা বাংলাদেশী নাগৰিকজনে পলাই যোৱা কাৰ্যক সচেতন লোকে গৰিহনা দিয়াৰ উপৰি একাংশই এয়া আৰক্ষীৰ চৰম গাফিলতিৰ বাবেই এই ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

Recent News

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Bharat Bandh: কাইলৈ পুনৰ ভাৰত বন্ধ! কোনে-কিয় দিছে এই বন্ধৰ আহ্বান?

Bharat Bandh: কাইলৈ পুনৰ ভাৰত বন্ধ! কোনে-কিয় দিছে এই বন্ধৰ আহ্বান?

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd